ETV Bharat / state

পথ দুৰ্ঘটনাত কৰ্তব্যৰত আৰক্ষী নিহত - দৰঙৰ দলগাঁৱত সংঘটিত এক পথ দুৰ্ঘটনা

দলগাঁৱত পথ দুৰ্ঘটনাত নিহত কৰ্তব্যৰত আৰক্ষী জোৱান ৷ নিহত জোৱানগৰাকী হৈছে নায়ক আবুবক্কৰ আলী ৷ দেওবাৰে নিশা 15 নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনত তালাচী চলাই থাকোতে সংঘটিত হয় এই দুৰ্ঘটনা ৷

police personnel died in a road accident in dalgaon

author img

By

Published : Feb 14, 2021, 1:24 PM IST

দলগাঁও,14 ফেব্ৰুৱাৰী: দৰঙৰ দলগাঁৱত সংঘটিত এক পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী আৰক্ষী জোৱানে ৷ নিশা কৰ্তব্যৰত অৱস্থাত নায়ক আবুবক্কৰ আলী নামৰ যান-বাহন আৰক্ষীৰ জোৱানজনে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি লয় ৷

নিশা কৰ্তব্যৰত অৱস্থাত নায়ক আবুবক্কৰ আলী নামৰ যানবাহন আৰক্ষীৰ জোৱান জনৰ মৃত্যু

জানিব পৰা মতে, নিশা কৰ্তব্যৰত অৱস্থাত আৰক্ষীক দেখি পলায়নৰ চেষ্টা কৰা আলকাতৰাৰ ড্ৰাম ভৰ্তি এখন ট্ৰাক দলগাঁৱৰ পথৰ ডিভাইডাৰত বাগৰি পৰে ৷ ট্ৰাকৰ পৰা চিটিকি যোৱা আলকাতৰাৰ ড্ৰামৰ আঘাতত তালাচীৰ দায়িত্বত থকা আৰক্ষীগৰাকী নিহত হয় ৷ দুৰ্ঘটনা পতিত এ এছ 05 চি 7923 নম্বৰৰ ট্ৰাকখন বাইহাটাৰ পৰা তেজপুৰ অভিমুখে গৈ আছিল ৷

আলকাতৰাৰ ড্ৰামৰ আঘাতত তালাচিত থকা আৰক্ষী জোৱান আবুবক্কৰ আলী নিহত

লগতে পঢ়ক: কলিয়াবৰত একেটা দিনতে দুটাকৈ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.