ETV Bharat / state

কৰ'ণাত আক্ৰান্ত মঙলদৈ জিলা কাৰাগাৰৰ এজন কাৰাবন্দী - মঙলদৈৰ অসামৰিক চিকিৎসালয়

জিলাখনত প্ৰতিদিনে প্ৰায় 4/5 জনকৈ লোক কৰ'ণা পজিটিভ ধৰা পৰিছে ৷ এই পৰ্যন্ত মঙলদৈৰ অসামৰিক চিকিৎসালয়ৰ ৪ জনকৈ চিকিৎসক, স্বাস্থ্য কৰ্মী, নাৰ্চ, বেংক কৰ্মচাৰীৰ লগতে ৭ আৰু ৯ বছৰীয়া শিশুকে ধৰি বহু সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷

One prisoner from Mangaldai district jail tested Covid-19 positive
কৰ'ণাত আক্ৰান্ত মঙলদৈ জিলা কাৰাগাৰৰ এজন কাৰাবন্দী
author img

By

Published : Jul 7, 2020, 1:23 PM IST

দৰং, 7 জুলাইঃ দৰঙত অব্যাহত আছে কৰ'ণা আতংক ৷ সোমবাৰে মঙলদৈ জিলা কাৰাগাৰৰ এজন কাৰাবন্দীৰ দেহত Covid 19 ৰ অৱস্থিতি ধৰা পৰাৰ পাছতে সমগ্ৰ জিলা কাৰাগাৰতে আতংকই বিৰাজ কৰিছে ৷ কৰ'ণাক্ৰান্ত কাৰাবন্দীজন ফৰিজল আলী জানিব পৰা গৈছে ৷ ফৰিজলৰ ঘৰ মঙলদৈৰ এক নং অপৰীয়া চৰত ৷ নিশাৰ ভিতৰতে 108 ৰ জৰিয়তে কাৰাগাৰৰ পৰা মঙলদৈ অসামৰিক চিকিৎসালয় ভৰ্তি কৰা হয় কাৰাবন্দীজনক ৷

কৰ'ণাত আক্ৰান্ত মঙলদৈ জিলা কাৰাগাৰৰ এজন কাৰাবন্দী

জিলাখনত প্ৰতিদিনে প্ৰায় 4/5 জনকৈ লোক কৰ'ণা পজিটিভ গৈছে ৷ এই পৰ্যন্ত মঙলদৈৰ অসামৰিক চিকিৎসালয়ৰ ৪ জনকৈ চিকিৎসক, স্বাস্থ্য কৰ্মী, নাৰ্চ, বেংক কৰ্মচাৰীৰ লগতে ৭ আৰু ৯ বছৰীয়া শিশুকে ধৰি বহু সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, কোনো ভ্ৰমণ বৃত্তান্ত নোহোৱাকৈ জিলাখনত এনেদৰে কৰ'ণা ৰোগী বৃদ্ধি পোৱাৰ ফলত আতংকিত হৈ পৰিছে দৰংবাসী ৷ সেয়ে দৰঙতো কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে ।

লগতে পঢ়কঃ টীয়কত পানী যোগান আঁচনিৰ ধন মোকলাই নিয়াৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.