ETV Bharat / state

দৰঙত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যু - মৃত্যু

দৰঙত পুনৰ জাপানীজ এনকেফেলাইটিছত আক্ৰন্ত ৰোগীৰ মৃত্যু ৷ মৃত লোকগৰাকী ছিপাঝাৰৰ তুৰাই গাঁৱৰ কমৰুজ জামান ৷

দৰঙত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যু
author img

By

Published : Jul 14, 2019, 10:01 AM IST

দৰং,14 জুলাইঃ ২২ জুনৰ পৰা ৰহমান হস্পিতালত জাপানীজ এনকেফেলাইটিছ ৰোগত চিকিৎসাধীন হৈছিল কমৰুজ জামান । সুদীৰ্ঘ 22 দিন ধৰি চিকিৎসা কৰাৰ পিছত শনিবাৰে ঘৰলৈ ঘূৰাই অনাৰ পিছতেই নিজ ঘৰতেই মৃত্যু হয় লোকজনৰ । উল্লেখ্য যে, কমৰুজ জামান ৰইনাকুচি মৌজাৰ মৌজাদাৰ আছিল ৷

ETV BHARAT
কমৰুজ জামান

Intro:দৰং জিলাত পুনৰ জাপানিছ এনচেফেলাইটিছ
আক্ৰান্ত ৰোগীৰ মৃত্যু ।
মৃত লোকগৰাকী হৈছে ছিপাঝাৰৰ তুৰাই গাঁৱৰ কমৰুজ জামান (৭২)।
২২ জুনৰ পৰা ৰহমান হস্পিটেলত জাপানিছ এনচেফেলাইটিছ ৰোগৰ চিকিৎসা কৰি আছিল । সুদীৰ্ঘ 22 দিন চিকিৎসা কৰা পিছত যোৱাকালি ঘৰলৈ ঘূৰাই অনাৰ পিছতেই নিজ ঘৰতেই মৃত্যু হয় লোকজনৰ ।
কমৰুজ জামান ৰইনাকুচি মৌজাৰ মৌজাদাৰ আছিল ।Body:দৰং জিলাত পুনৰ জাপানিছ এনচেফেলাইটিছ
আক্ৰান্ত ৰোগীৰ মৃত্যু ।
মৃত লোকগৰাকী হৈছে ছিপাঝাৰৰ তুৰাই গাঁৱৰ কমৰুজ জামান (৭২)।
২২ জুনৰ পৰা ৰহমান হস্পিটেলত জাপানিছ এনচেফেলাইটিছ ৰোগৰ চিকিৎসা কৰি আছিল । সুদীৰ্ঘ 22 দিন চিকিৎসা কৰা পিছত যোৱাকালি ঘৰলৈ ঘূৰাই অনাৰ পিছতেই নিজ ঘৰতেই মৃত্যু হয় লোকজনৰ ।
কমৰুজ জামান ৰইনাকুচি মৌজাৰ মৌজাদাৰ আছিল ।Conclusion:Debabrat goswami
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.