দৰং, 3 জুন : দৰঙৰ খাৰুপেটীয়াৰ তিনি নম্বৰ আৰিমাৰী গাঁৱত সংঘটিত চাঞ্চল্যকৰ ঘটনা। সোমবাৰে পুৱতি নিশা হত্যা কৰা হয় জুবেদা খাতুন নামৰ এগৰাকী বোৱাৰীক। স্বামী ছফিকুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে জুবেদা খাতুনক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পিতৃৰ পৰিয়ালে ৷ হত্যাৰ অভিযুক্ত স্বামী ছফিকুল ইছলামৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ পলাতক হৈ আছে এই ঘটনাৰ পিচতে ৷ বৰ্তমানে ঘটনাস্থলীত খাৰুপেটীয়া থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷ আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব কোনে হত্যা কৰিলে জুবেদা খাতুনক ৷
দৰঙৰ খাৰুপেটীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড
পুৱতি নিশা খাৰুপেটীয়াত সংঘটিত হয় বোৱাৰী হত্যাৰ ঘটনা ৷ স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ ৷
দৰং, 3 জুন : দৰঙৰ খাৰুপেটীয়াৰ তিনি নম্বৰ আৰিমাৰী গাঁৱত সংঘটিত চাঞ্চল্যকৰ ঘটনা। সোমবাৰে পুৱতি নিশা হত্যা কৰা হয় জুবেদা খাতুন নামৰ এগৰাকী বোৱাৰীক। স্বামী ছফিকুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে জুবেদা খাতুনক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পিতৃৰ পৰিয়ালে ৷ হত্যাৰ অভিযুক্ত স্বামী ছফিকুল ইছলামৰ লগতে তেওঁৰ পৰিয়ালবৰ্গ পলাতক হৈ আছে এই ঘটনাৰ পিচতে ৷ বৰ্তমানে ঘটনাস্থলীত খাৰুপেটীয়া থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷ আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব কোনে হত্যা কৰিলে জুবেদা খাতুনক ৷
** পুৱতি নিশা সংঘটিত হয় এক বোৱাৰী হত্যা কান্ড ।Body:** স্বামী ছফিকুল ইছলাম ও তেওঁৰ পৰিয়ালে জুবেদা খাতুনক হত্যাৰ অভিযোগ ** হত্যা কৰি পলাতক স্বামী ছফিকুল ইছলাম ও তেওঁৰ পৰিয়াল।।
** এই ঘটনা সংঘটিত হৈছে দৰঙৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত তিনি নম্বৰ আৰিমাৰী গাঁৱত ।Conclusion:ঘটনাস্হলিত উপস্থিত খাৰুপেটীয়া থানাৰ আৰক্ষীৰ দল ।
আব্দুল হাকিম
দলগাও ।