ETV Bharat / state

মঙলদৈত আজিও অব্যাহত প্ৰতিবাদী কাৰ্যসূচী - মঙলদৈত অনশন কাৰ্যসূচী

মঙলদৈ জিলা কৰ্মচাৰী পৰিষদ, জিলা সাহিত্য সভা আৰু দৰং জিলা আছুৰ অনশন কাৰ্যসূচী ৷ জিলা খনত এতিয়াও বাহাল আছে সান্ধ্য আইন ৷

মঙলদৈত  অব্যাহত  অব্যাহত
মঙলদৈত অব্যাহত অব্যাহত
author img

By

Published : Dec 14, 2019, 10:02 AM IST

14 ডিচেম্বৰঃ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি মঙলদৈত অব্যাহত প্ৰতিবাদ

মঙলদৈ জিলা কৰ্মচাৰী পৰিষদ, জিলা সাহিত্য সভা আৰু দৰং জিলা আছুৰ অনশন কাৰ্যসূচী

জিলা খনত এতিয়াও বাহাল আছে সান্ধ্য আইন

এই পৰ্যন্ত একত্ৰিত হৈছে প্ৰায় 5 শতাধিক কৰ্মচাৰী

ভেবাৰ ঘাটত ৰূপায়ন কৰিছে প্ৰতিবাদী কাৰ্যসূচী

লগতে পঢ়ক: ধেমাজিত অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ

Intro:Body:

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.