ETV Bharat / state

প্ৰেমৰ অভিনয়ৰে ছাত্ৰীক বহি ৰাজ্যত বিক্ৰীৰ চেষ্টা যুৱকৰ

author img

By

Published : Jun 28, 2019, 3:06 PM IST

সম্প্ৰতি ছাত্ৰী গৰাকীৰ লগতে মাতৃক বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰি আহিছে যুবক জনে ৷ ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে নিৰাপত্তাহীনতাত ভোগা পৰিয়ালটোৱে ৷

ভুৱা পৰিচয়েৰে প্ৰেমৰ জালত পেলাই সপ্তম শ্ৰেণীৰ ছাত্ৰীক বহি ৰাজ্যত বিক্ৰীৰ চেষ্টা

দৰং, 28 জুন: দৰং জিলাৰ ছিপাঝাৰত পুনৰ লাভ জেহাদৰ ঘটনা ৷ ছিপাঝাৰৰ কঠামাৰাৰ জনৈক আব্দুল নামৰ উপাধিৰ যুবক জনে নিজকে নিলোৎপল শৰ্মা নামৰে ভুৱা পৰিচয়েৰে সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক প্ৰেমৰ জালেৰে চেন্নাইত বিক্ৰী কৰাৰ বাবে যো জা চলাইছিল ৷ গোপন সূত্ৰৰ ভিত্তিত ছাত্ৰী গৰাকীক উদ্ধাৰ কৰে দৰং জিলা বজৰং দলে ৷ তাৰ পিছতেই সম্প্ৰতি ছাত্ৰী গৰাকীৰ লগতে মাতৃক বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰি আহিছে যুবক জনে ৷ ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে নিৰাপত্তাহীনতাত ভোগা শংকিত পৰিয়ালটোৱে ৷ ভুক্তভোগী পৰিয়ালটোৰ এজেহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

Intro:✍লাভ জেহাদৰ বলি ছিপাঝাৰৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী ৷Body:দৰঙ জিলাৰ ছিপাঝাৰত পুনৰ লাভ জেহাদৰ ভটনা,ছিপাঝাৰৰ কঠামাৰাৰ জনৈক আব্দুল নামৰ উপাধিৰ যুবক জনে নিজকে নিলোৎপল শৰ্মা ভূৱা নামৰে যুৱক জনে ছাত্ৰী গৰাকীক প্ৰেমৰ জালত ফছাই ছেন্নাইত বিক্ৰী কৰাৰ বাবে যো জা চলাওতেই গোপন সুত্ৰৰ খবৰৰ ভিত্তিত দৰং জিলা বজৰং দলে ছাত্ৰী গৰাকীক উদ্ধাৰ কৰে৷তাৰ পিছতেই যুবক জনে সম্প্ৰতি ছাত্ৰী গৰাকীৰ মাতৃক বিভিন্ন ভাবুকি প্ৰদান কৰি আহিছে ৷নিৰাপত্তাহীনতাত ভোগা শংকিত পৰিয়ালটোৱে কাষ চাপিছে আৰক্ষীৰ ৷ Conclusion:এজেহাৰৰ ভিৰ্তিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে, দৰঙৰ পৰা দেবব্ৰত গোস্বামী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.