ETV Bharat / state

খাৰুপেটীয়াত বজ্ৰপাত পৰি আহত এজন

author img

By

Published : Sep 3, 2019, 10:14 AM IST

দৰঙৰ খাৰুপেটীয়াত বজ্ৰপাত পৰি আহত হয় এজন ব্যক্তি

খাৰুপেটীয়াত ব্ৰজপাতত এজন আহত

দলগাঁও, 3 ছেপ্তেম্বৰ :

  • দৰঙৰ খাৰুপেটীয়াত ব্ৰজপাত
  • বজ্ৰপাতত গুৰুতৰ ভাৱে আহত এজন ব্যক্তি
    খাৰুপেটীয়াত বজ্ৰপাত পৰি আহত এজন
  • আহত ব্যক্তি জন হৈছে আকবৰ আলী
  • বজ্ৰপাতত ধ্বংস হয় আকবৰ আলীৰ ঘৰৰ সকলো বৈদ্যুতিক সামগ্ৰী

দলগাঁও, 3 ছেপ্তেম্বৰ :

  • দৰঙৰ খাৰুপেটীয়াত ব্ৰজপাত
  • বজ্ৰপাতত গুৰুতৰ ভাৱে আহত এজন ব্যক্তি
    খাৰুপেটীয়াত বজ্ৰপাত পৰি আহত এজন
  • আহত ব্যক্তি জন হৈছে আকবৰ আলী
  • বজ্ৰপাতত ধ্বংস হয় আকবৰ আলীৰ ঘৰৰ সকলো বৈদ্যুতিক সামগ্ৰী
Intro:Slug=KHARUPETIA_THUNDER

Byte= Public

## খাৰুপেটীয়াত বজ্ৰপাতত চুৰ্ণ বিচুৰ্ণ বিদ্যুত মিটাৰ , বাল্ব , আদি ।
## সৌভাগ্যক্ৰমে ৰক্ষা পৰিয়ালৰ লোক ।





Body:

দলগাও / ৩ ছেপ্টেম্বৰ

মাজনিশা বিজুলী ঢেৰেকনিৰে হৈ থকা বৰষুণৰ মাজতে বজ্ৰপাতত এজন লোক আহত হোৱাৰ লগতে চূৰ্ণ বিচূৰ্ণ হয় সৌভাগ্য আচনিৰ বিদ্যুত মিটাৰ ,বাল্ব , ফেন আদিকে ধৰি নষ্ট হয় বাৰীৰ কলগছ আদি । সৌভাগ্য আচনিৰ মিটাৰ বাল্ব আদি চুৰ্ণ বিচুৰ্ণ হয় যদিও সৌভাগ্য ক্ৰমে ৰক্ষা পৰে পৰিয়ালৰ কেইবাজনো লোক ।



Conclusion: এই ঘটনা দৰঙৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী খেতাশ্বৰ গাঁৱৰ আকবৰ আলীৰ ঘৰত ।

আব্দুল হাকিম
দলগাও ।



ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.