ETV Bharat / state

খাৰুপেটীয়াত বিদ্যুতৰ খুঁটাৰ বাবে আতংকিত ৰাইজ - আতংকিত ৰাইজ

খাৰুপেটীয়াৰ এন চি খেতাশ্বৰ গাঁৱত এটি বিদ্যুৎৰ খুঁটাক লৈ আতংকিত হৈ পৰিছে ৰাইজ । কালাপানী নৈৰ খহনীয়াৰ ফলত হাউলি পৰিছে বিদ্যুৎৰ খুঁটাটো । দীৰ্ঘ দিন ধৰি স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক এই ঘটনাটো অৱগত কৰিছিল যদিও এতিয়া লৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ।

খাৰুপেটীয়াত আতংকিত ৰাইজ
author img

By

Published : Jul 13, 2019, 1:56 PM IST

দৰং, ১৩ জুলাইঃ

  • খাৰুপেটীয়াৰ এন চি খেতাশ্বৰ গাঁৱত আতংকিত ৰাইজ
  • বিদ্যুৎৰ খুঁটাই ভাবুকি কঢ়িয়াই আনিছে জীৱকুললৈ
  • কালাপানী নৈৰ খহনীয়াৰ ফলত হাউলি পৰিছে বিদ্যুৎৰ খুঁটাটো
  • যিকোনো মুহূৰ্তত পানীত বাগৰি পৰাৰ সম্ভাৱনা বিদ্যুতৰ খুঁটাটো
  • বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো গা লৰা নাই বিষয়া-কৰ্মচাৰীৰ
  • অঘটন ঘটাৰ পূৰ্বে বিহিত ব্যৱস্থা গ্ৰহণ দাবী ৰাইজৰ লগতে দল সংগঠনৰ
    খাৰুপেটীয়াত আতংকিত ৰাইজ

দৰং, ১৩ জুলাইঃ

  • খাৰুপেটীয়াৰ এন চি খেতাশ্বৰ গাঁৱত আতংকিত ৰাইজ
  • বিদ্যুৎৰ খুঁটাই ভাবুকি কঢ়িয়াই আনিছে জীৱকুললৈ
  • কালাপানী নৈৰ খহনীয়াৰ ফলত হাউলি পৰিছে বিদ্যুৎৰ খুঁটাটো
  • যিকোনো মুহূৰ্তত পানীত বাগৰি পৰাৰ সম্ভাৱনা বিদ্যুতৰ খুঁটাটো
  • বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো গা লৰা নাই বিষয়া-কৰ্মচাৰীৰ
  • অঘটন ঘটাৰ পূৰ্বে বিহিত ব্যৱস্থা গ্ৰহণ দাবী ৰাইজৰ লগতে দল সংগঠনৰ
    খাৰুপেটীয়াত আতংকিত ৰাইজ
Intro: Slug = Electricity
Byte= Public

## বিদ্যুত বিভাগৰ গাফিলতি ##
## জীৱকুললৈ ভাবুকি ।
## বিষয়া কৰ্মচাৰীৰ অবহেলাৰ বাবে খাৰুপেটীয়াত সংঘটিত হব পাৰে অঘটন ।





Body:দলগাও /১৩ জুলাই

অসম ৰাজ্যিক বিদ্যুত বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ অবহেলা আৰু অমনোযোগীতাৰ বাবে বিদ্যৎস্পৃষ্ট হৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অকাল মৃত্যুক আঁকোৱালি লব লগীয়া হৈছে বহু নিৰীহ লোকে । তেনে ঘটনাই সংঘটিত হোৱাৰ সম্ভাৱনা দেখা দিছে দৰঙৰ খাৰুপেটীয়াত । খাৰুপেটীয়া বিদ্যুত সংমণ্ডলৰ অন্তগৰ্ত এন চি খেতাশ্বৰ গাঁৱত থকা এটা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ খুটাই ভাবুকি কঢ়িয়াই আনিছে জীৱকুললৈ । খাৰুপেটীয়া নিকটৱৰ্তী এন চি খেতাশ্বৰ গাঁৱৰ গড়কাপ্তানী বিভাগৰ কালাপানী নৈ কাঠৰ দলঙৰ কাষত খহনীয়াৰ ফলত হালি যোৱা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ খুটাটো যিকোনো মুহূৰ্তত পানীত বাগৰি পৰাৰ সম্ভাৱনা দেখা দিয়াত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । স্থানীয় ৰাইজে খাৰুপেটীয়া বিদ্যুত সংমণ্ডলত মৌখিক ভাৱে অভিযোগ দিছে যদিত অঘটনৰ পিছত গা লৰা এই সকল বিষয়া কৰ্মচাৰীৰে দিয়া নাই কোনো ধৰণৰ গুৰুত্ব ।


Conclusion: সাম্ভাব্য অঘটন ঘটাৰ পূৰ্বে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে খাৰুপেটীয়া বিদ্যুত সংমণ্ডলৰ বিষয়াক দাবী জনাইছে ৰাইজে ।


আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.