ETV Bharat / state

পাথৰিঘাটত কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা - ছয় জনগোষ্ঠীক জনজাতিকৰন

আজি দৰং জিলাৰ পাথৰিঘাটত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰন, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আদি বিভিন্ন দাবীত, এক জনজাগৰণ কাৰ্যসূচী ৰূপায়ন কৰে অসম প্ৰদেশ কংগ্ৰেছ দলৰ সদস্যসকলে ৷

পাথৰিঘাটত কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা
পাথৰিঘাটত কংগ্ৰেছৰ জনজাগৰণ যাত্ৰা
author img

By

Published : Feb 19, 2020, 8:52 PM IST

পাথৰিঘাট, 19 ফেব্ৰুৱাৰীঃ জাতিধ্বংসী অভিহিত নাগৰিকত্ব (সংশোধনী) আইন, 2019 বাতিলৰ দাবীৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰন, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আদি বিভিন্ন দাবীত দৰং জিলাৰ ছিপাঝাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আজি পাথৰিঘাটত অনুষ্ঠিত হয় জনজাগৰণ যাত্ৰা ৷ এই অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱাট, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, বিধায়ক ইলিছ আলীৰ লগতে জিলা কংগ্ৰেছৰ কেইবাগৰাকীও বিষয়ববীয়া ৷

লগতে পঢ়কঃ প্ৰসংগ BTR : বঙাইগাঁৱত সদৌ অসম কোঁচৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ ধৰ্ণা কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.