ETV Bharat / state

গোৰেশ্বৰত বহু ভোটকেন্দ্ৰত EVM বিকল

বহু সময় শাৰী পাতি অতিষ্ঠ হৈ পৰে ভোটাৰ সকল । নিৰ্বাচনী বিষয়াই EVM সোনকালে ভাল হ’ব বুলি ৰাইজক ৰখাই থোৱাৰ অভিযোগ । বিকল হোৱা ভোটকেন্দ্ৰ সমূহত পৰিস্থিতি ভয়ানক হোৱা পৰিলক্ষিত হৈছে ।

author img

By

Published : Apr 18, 2019, 11:41 AM IST

মঙলদৈ গোৰেশ্বৰত বহু ভোট কেন্দ্ৰত EVM বিকল

মঙলদৈ, 18 এপ্ৰিলঃ 8 নং মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰ অঞ্চলৰ বহুকেইটা ভোট গ্ৰহণ কেন্দত ই ভি এম মেচিন বিকল । ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰৰ হাহাকাৰ ।

মঙলদৈ গোৰেশ্বৰত বহু ভোট কেন্দ্ৰত EVM বিকল

8 নং মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰ অঞ্চলৰ বহুকেইটা ভোট গ্ৰহণ কেন্দত ই ভি এম মেচিন বিকল । 95 নং শিমিলা ভোট কেন্দ্ৰ, বাপুজী এমি স্কুলৰ ভোট কেন্দ্ৰ ,172 নং লখাইতৰা ,117 নং বেটনা হাইস্কুল,75 নং চেণীগাঁও এমি স্কুল ,100 নং শুক্লা হাইস্কুল ভোট গ্ৰহণ কেন্দ্ৰত আটাইকেইটা EVM বিকল হয় । ইভি এম বিকল হোৱাৰ পাচতেই ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা গৈছে । ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱা কিছু সময়ৰ পিচতে বিকল হয় EVM বোৰ । বহু সময় শাৰী পাতি অতিষ্ঠ হৈ পৰে ভোটাৰ সকল । নিৰ্বাচনী বিষয়া ই ভি এম সোনকালে ভাল হব বুলি ৰাইজক ৰখাই থোৱাৰ অভিযোগ ।

Intro:দ্বীপেন শৰ্মা।
১৮/৪/২০১৯।
তামুলপুৰ।
৮নং মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰ অঞ্চলৰ বহুকেইটা ভোট গ্ৰহণ কেন্দত ই ভি এম মেচিন বিকল ।Body:১)**মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰত বহুকেইটা ভোট গ্ৰহণ কেন্দত ৰাইজৰ হাহাকাৰ।
২)**ভোট দিব আহি দিব পৰা নাই ভোট।
ই ভি এম বিকল।
৩)**গোৰেশ্বৰৰ ৯৫নং শিমিলা ভোট কেন্দ্ৰ ত ভোট গ্ৰহণ আৰম্ভ কৰাৰ পিছতে বিকল হৈ পৰে ই ভি এম মেচিন।
৪)**বাপুজি এমি স্কুলৰ ভোট কেন্দৰ ই ভি এমো বিকল।
৫)**১৭২নংলখাইতৰা এমি স্কুলৰ ভোট গ্ৰহণ কেন্দৰ এটা ই ভি এম বিকল।
৬)**১১৭নং বেটনা হাইস্কুলৰ কেন্দ তো বিকল ই ভি এম।
৭)**৭৫নং চেণীগাও এমি স্কুলৰ কেন্দতো বিকল ই ভি এম।
৮)**১০০নং শুক্লা হাইস্কুল কেন্দতো বিকল ই ভি এম।Conclusion:১০০নং শুক্লা হাইস্কুল বাও শাখা ত আৰম্ভণি কৰিব পৰা নাই ভোট গ্ৰহণ।ই ভি এম সোনকালে ভাল হব বুলি ৰাইজক ৰখাই থোৱাৰ অভিযোগ।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.