ETV Bharat / state

কৰ্তব্যৰত অৱস্থাত প্ৰহাৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক - ETV BHARAT

আনহাতে এনেদৰে কৰ্তব্যৰত অৱস্থাত বিভাগীয় কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ছিপাঝাৰ বিদ্যুৎ বিভাগৰ উপ সংমণ্ডল বিষয়াই৷

কৰ্তব্যৰত অৱস্থাত প্ৰহাৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক
author img

By

Published : Jun 27, 2019, 12:57 PM IST

দৰং,27 জুন: ছিপাঝাৰৰ নিৰণছুবা গাঁৱৰ জেহেৰুল ইছলাম নামৰ এগৰাকী ব্যৱসায়ীয়ে প্ৰহাৰ কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক৷ ব্যৱসায়ী গৰাকীয়ে ফাইজুদ্দীন আহমেদ আৰু তাইজুদ্দিন আহমেদ নামৰ দুগৰাকীকৈ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক কৰ্তব্যৰত অৱস্থাত প্ৰহাৰ কৰে৷ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অবৈধ বিদ্যুৎ সংযোগৰ দ্বাৰা বৰফৰ ফেক্টৰী চলাই আহিছিল জেহেৰুল ইছলাম নামৰ ব্যৱসায়ী গৰাকীয়ে৷ এই ফেক্টৰী পৰিদৰ্শন তথা ভিতৰত প্ৰৱেশ কৰিবলৈ লওঁতেই সৃষ্টি হয় এক উত্তপ্ত পৰিবেশৰ৷

কৰ্তব্যৰত অৱস্থাত প্ৰহাৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক

ফেক্টৰীটোৰ গৰাকী জেহেৰুল ইছলামে দুই কৰ্মচাৰীক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে ৷ পিছত ছিপাঝাৰ বিদ্যুৎ সংমণ্ডলৰ কৰ্মচাৰীয়ে আৰক্ষীৰ সহায়ত ফেক্টৰীত ব্যৱহৃত সামগ্ৰী জব্দ কৰে৷ আনহাতে এনেদৰে কৰ্তব্যৰত অৱস্থাত বিভাগীয় কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ছিপাঝাৰ বিদ্যুৎ বিভাগৰ উপ সংমণ্ডল বিষয়াই৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে৷

Intro:কৰ্তব্যৰত অৱস্থাতে এইবাৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ ছিপাঝাৰত। Body:ছিপাঝাৰৰ নিৰণছুবা গাঁৱৰ জেহেৰুল ইছলাম নামৰ এগৰাকী ব্যৱসায়ীয়ে প্ৰহাৰ কৰে ফাইজুদ্দীন আহমেদ আৰু তাইজুদ্দিন আহমেদ নামৰ দুগৰাকীকৈ কৰ্মচাৰীক।যাৰ ফলত কৰ্মচাৰী দুগৰাকী পিন্ধনৰ কাপোৰ এইদৰে ফালি চিৰি যায়।উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অবৈধ বিদ্যুৎ সংযোগৰ দ্বাৰা বৰফৰ ফেক্টৰী চলাই আহিছিল লোক গৰাকীয়ে।আৰু তেনে ফেক্টৰী পৰিদৰ্শন তথা ভিতৰত প্ৰৱেশ কৰিবলৈ লওঁতেই সৃষ্টি হয় এক উত্তপ্ত পৰিবেশৰ।পিছত ছিপাঝাৰ বিদ্যুৎ সংমণ্ডলৰ কৰ্মচাৰীয়ে আৰক্ষীৰ সহায়ত ফেক্টৰীত ব্যৱহৃত সামগ্ৰী জব্দ কৰে।আনহাতে এনে কৰ্তব্যৰত অৱস্থাত বিভাগীয় কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত স্থানীয় ছিপাঝাৰ আৰক্ষী স্থানত এজাহাৰ দাখিল কৰিছে উপ সংমণ্ডল বিষয়া গৰাকীয়ে।
Conclusion:আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷
দেবব্ৰত গোস্বামী দৰঙ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.