ETV Bharat / state

এম্বুলেঞ্চ আহিবলৈয়ো দ্বিধাবোধ কৰা এটা অঞ্চল

author img

By

Published : Mar 1, 2020, 6:23 PM IST

সম্প্ৰতি শোচনীয় হৈ পৰিছে আৰ.কে জৈন নামৰ এগৰাকী ঠিকাদাৰে নিৰ্মাণ কৰা দলগাঁও সমষ্টিৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিমতলী হৈ দলগাঁও, কৌপাটিলৈ যোৱা পথটিৰ অৱস্থা ৷

এটা অঞ্চল
এটা অঞ্চল

দলগাঁও, 1 মাৰ্চঃ অতি শোচনীয় হৈ পৰিছে দলগাঁও সমষ্টিৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিমতলী হৈ দলগাঁও, কৌপাটিলৈ যোৱা পথটিৰ অৱস্থা ৷ ব্যস্ত পথটিৰ মাজত কেইবা ঠাইতো সৃষ্টি হৈছে দ গাঁতৰ ৷ যাৰ ফলত এখন এম্বুলেঞ্চ আহিবলৈয়ো দ্বিধাবোধ কৰে এই অঞ্চলত ৷ যিয়ে ব্যপক সমস্যাৰ সৃষ্টি কৰিছে অঞ্চলবাসীৰ মাজত ৷ আৰ.কে জৈন নামৰ এগৰাকী ঠিকাদাৰক প্ৰদান কৰা হৈছিল এই পথটি নিৰ্মাণৰ কাম ৷ পূৰ্বেও এইগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে নিম্নমানৰ কামৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ পথটি নিৰ্মাণৰ পিচতে ভাঙি যোৱাত বিভাগীয় কৰ্তৃপক্ষক ৰাইজে মেৰামতিৰ বাবে আবেদন জনাইছিল যদিও, আজি পৰ্যন্ত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই অঞ্চলবাসীৰ আবেদনত ৷

এম্বুলেঞ্চ আহিবলৈয়ো দ্বিধাবোধ কৰা এটা অঞ্চল

লগতে পঢ়কঃ কলগাছিয়াৰ মজিদভিটাত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.