দৰং, 4 জুলাইঃ দৰঙৰ পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কিশোৰৰ মৃতদেহ ৷ মৃত কিশোৰ জনৰ নাম ছুপন বসাক । উল্লেখ্য যে, বুধবাৰে আবেলি দলগাঁও টাউন মছজিদৰ পুখুৰীত গা ধুবলৈ গৈ মৃত্যু হৈছিল অক্ষয় বসাক নামৰ কিশোৰজন ৷ তাৰ পাচৰ পৰাই নিখোজ হৈ আছিল ছুপন বসাক নামৰ কিশোৰগৰাকী ৷ নিৰুদ্দিষ্ট কিশোৰজনৰ বিচাৰ-খোচৰ কৰি থকা সময়তে পুখুৰীত ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় কিশোৰজনৰ ৷ ঘটনা সন্দৰ্ভত দলগাঁও আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, একেটা পুখুৰীতে দুজনকৈ কিশোৰৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দলগাঁৱত শোকৰ ছাঁ পেলাইছে ।
দলগাঁৱৰ পুখুৰীত কিশোৰৰ মৃতদেহ উদ্ধাৰ - অসম নিউজ
বুধবাৰে আবেলি দলগাঁও টাউন মছজিদৰ পুখুৰীত গা ধুবলৈ গৈ মৃত্যু হৈছিল অক্ষয় বসাক নামৰ কিশোৰজন ৷ তাৰ পাচৰ পৰাই নিখোজ হৈ আছিল ছুপন বসাক নামৰ আন এগৰাকী কিশোৰ ৷ নিৰুদ্দিষ্ট কিশোৰজনৰ বিচাৰ-খোচৰ কৰি থকা সময়তে পুখুৰীত ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় কিশোৰজনৰ ৷
দৰং, 4 জুলাইঃ দৰঙৰ পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কিশোৰৰ মৃতদেহ ৷ মৃত কিশোৰ জনৰ নাম ছুপন বসাক । উল্লেখ্য যে, বুধবাৰে আবেলি দলগাঁও টাউন মছজিদৰ পুখুৰীত গা ধুবলৈ গৈ মৃত্যু হৈছিল অক্ষয় বসাক নামৰ কিশোৰজন ৷ তাৰ পাচৰ পৰাই নিখোজ হৈ আছিল ছুপন বসাক নামৰ কিশোৰগৰাকী ৷ নিৰুদ্দিষ্ট কিশোৰজনৰ বিচাৰ-খোচৰ কৰি থকা সময়তে পুখুৰীত ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয় কিশোৰজনৰ ৷ ঘটনা সন্দৰ্ভত দলগাঁও আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, একেটা পুখুৰীতে দুজনকৈ কিশোৰৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দলগাঁৱত শোকৰ ছাঁ পেলাইছে ।
## দৰঙৰ দলগাঁৱত পুখুৰীত উপঙি থকা কিশোৰৰ মৃতদেহ উদ্ধাৰ ।
## মৃত কিশোৰ জনৰ নাম ছুপন বসাক ।Body:দলগাঁও /৪ জুলাই
দৰঙৰ দলগাঁৱত পুনৰ অঘটন । পুখুৰীত
পুনৰ উদ্ধাৰ আন এজন কিশোৰৰ মৃতদেহ ৷ কালি দুপৰীয়া দলগাঁও টাউন মছজিদৰ পুখুৰীত গা ধুবলৈ গৈ পানীত ডুবি মৃত্যু হৈছিল অক্ষয় বসাক নামৰ এজন কিশোৰৰ ৷ উক্ত ঘটনাৰ পিছতেই নিৰুদ্দেশ হৈ আছিল ছুপন বসাক । নিৰুদ্দিষ্ট ছুপন বসাকৰ মৃতদেহ পুখুৰীত উপঙি থকা অৱস্থাত আজি পুৱা উদ্ধাৰ হয় একেখন পুখুৰীৰ পৰা । সমনীয়াৰ সৈতে কালি দুপৰীয়া দলগাঁও টাউন মছজিদৰ পুখুৰীত গা ধুই থাকোতে সংঘটিত হৈছিল শোকাৱহ ঘটনাটো । খবৰ পাই ঘটনাস্হলীত দলগাঁও আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । Conclusion:। একেখন পুখুৰীত দুজনকৈ কিশোৰৰ মৃত্যুৰ ঘটনাই সমগ্ৰ দলগাঁৱত শোঁকৰ ছা পেলাইছে ।
আব্দুল হাকিম
দলগাঁও ।