ETV Bharat / state

ছিপাঝাৰৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ এখন চুৰি বলেৰ' পিক আপ ভান - মহেন্দ্ৰ শৰ্মা

ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই শুকুৰবাৰে নিশা চোৰৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় এখন বলেৰ' পিক আপ ভান

ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকীৰ অভিযানত উদ্ধাৰ এখন বলেৰ' পিক আপ ভান
author img

By

Published : Apr 28, 2019, 12:47 AM IST

দৰং,27 এপ্ৰিলঃ সীমিত সা-সুবিধাৰ মাজতো চিপাঝাৰ বুঢ়া আৰক্ষী চকীৰ কৰ্মৰত আৰক্ষী বিষয়াই সফলতা লাভ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযানত ৷ শুকুৰবাৰে নিশা ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাৰ নেতৃত্বত চলা এক অভিযানত চোৰৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় এখন বলেৰ' পিক আপ ভান ।

ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকীৰ অভিযানত উদ্ধাৰ এখন বলেৰ' পিক আপ ভান

উল্লেখ্য যে, AS 27C-3707 নম্বৰৰ মহিন্দ্ৰা কোম্পানীৰ বলেৰ' ভানখন ৰৌতাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাতে ছিপাঝাৰৰ নাৰিকলিত এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰে ৷ বলেৰ' চালকজনক দুৰ্বৃত্তই প্ৰহাৰ কৰি দেহৰ কাপোৰ খুলি অন্য এখন গাড়ীৰে জনশূন্য এলেকাত এৰি দিয়ে । পিচত ড্ৰাইভাৰ অজিত দেৱ নাথে আৰক্ষীক ঘটনাৰ সবিশেষ জনোৱাত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাৰ নেতৃত্বত চলা অভিযানত বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় দলটোৱে ৷

আৰু পঢ়কঃ মাজুলীৰ 500 বছৰীয়া ঐতিহ্যত কালিকা সনা নাপিতৰূপী শিক্ষকৰ নিৰ্যাতন

A_DARRANG_27APL_801_HIJACKED CAR RECOVER【FTP】

Anchor:  পৰ্যাপ্ত সহযোগী বিষয়া , কনিষ্টবলৰ অভাৱ আৰু সীমিত সা-সুবিধাৰ মাজতো বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কেইবাটাও গুৰুত্বপূৰ্ণ অভিযানত সফলতা অর্জন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।  

V/O:  খাকী পোছাকধাৰি  আৰক্ষীৰ প্ৰতি থকা নেতিবাচক ধাৰণা সলনি কৰি আস্থা আদায় কৰিবলৈ সক্ষম হৈছে  ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই।  পশ্চিম দৰঙৰ মদাহী জুৱাৰীৰ বাবে আতংক হৈ পৰা এই গৰাকী আৰক্ষী বিষয়াই শুকুৰবাৰে নিশা অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় এখন বলেৰো পিক আপ ভান। AS 27  C - 3707 নম্বৰৰ  মহিন্দ্ৰ কোম্পানীৰ  বলেৰু ভানখন ৰৌতাৰ পৰা তৰমুজ কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত ছিপাঝাৰৰ নাৰীকলিত দুৰ্বৃত্তৰ দল এটাই চিনেমাৰ কাইডাৰে অপহৰণ কৰে।  বলেৰুৰ চালক জনক গুৰুলা- গুৰুল কৈ প্ৰহাৰ কৰি দেহৰ কাপোৰ কানি খুলি  অন্য এখন গাড়ীৰে অপৰাধী দলটোৰ কেইজনমানে  জনশূন্য এলেকাত এৰি দিয়ে। পিছত ড্ৰাইভাৰ অজিত দেৱ নাথে আৰক্ষীক ঘটনাৰ  সবিশেষ  জনোৱাত  নিশাই অভিযান চলাই আৰক্ষীয়ে। আৰু বুঢ়া আৰক্ষী চকী এলেকাৰ তিতকুছিত মাজ নিশা আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে গাড়ীখন। অৱশ্যে অপহৰণকাৰী পলাই যাবলৈ সক্ষম হয়। 

Byte আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা।
DEBABRAT GOSWAMI. DARRANG
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.