- শনিবাৰে পুৱা ডুৱাৰুৱে উদ্ধাৰ কৰে তৰুণ কলিতা নামৰ ব্যক্তিজনক
- বৰ্তমানেও সন্ধানহীন হৈ আছে অনন্ত কলিতা নামৰ আনজন
- প্ৰায় 5 কিলোমিটাৰ দূৰত গৰুখুঁটিত উদ্ধাৰ হয় মৃতদেহ
- নাওখনত মহিলাকে ধৰি প্ৰায় 13 জন লোক আছিল
দৰঙৰ কছাৰীঝাৰ নাও দুৰ্ঘটনাত সন্ধানহীন এজনৰ মৃতদেহ উদ্ধাৰ - নাও দুৰ্ঘটনা
শুকুৰবাৰে নিশা দৰঙৰ কছাৰীঝাৰত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা দুজনৰ লোকৰ এজনৰ মৃতদেহ উদ্ধাৰ কৰে শনিবাৰে ৷
দৰঙৰ কছাৰীঝাৰ নাও দুৰ্ঘটনাত সন্ধানহীন এজনৰ মৃতদেহ উদ্ধাৰ
- শনিবাৰে পুৱা ডুৱাৰুৱে উদ্ধাৰ কৰে তৰুণ কলিতা নামৰ ব্যক্তিজনক
- বৰ্তমানেও সন্ধানহীন হৈ আছে অনন্ত কলিতা নামৰ আনজন
- প্ৰায় 5 কিলোমিটাৰ দূৰত গৰুখুঁটিত উদ্ধাৰ হয় মৃতদেহ
- নাওখনত মহিলাকে ধৰি প্ৰায় 13 জন লোক আছিল
Intro:যোৱা নিশা দৰং ৰ কছাৰীঝাৰ ঘাটত নাওঁ দুৰ্ঘটনা(টুলুঙা নাওঁ)৷
৷
আজি পুৱাৰ পৰা ডুবাৰু বাহিনীয়ে উদ্ধাৰ অভিযান চলায় আছে ৷ সন্ধানহীন হৈ আছিলে দুজনলোক ৷এজন অনন্ত কলিতা আনজন তৰুন কলিতা৷ এজনক ঘটনাস্থলীৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দুৰত থকা গৰুখুটিত উদ্ধাৰ হয়,
উদ্ধাৰ হোৱাজন তৰুন কলিতা বুলি চিনাক্ত কৰা হৈছে ৷আনজন লোক এতিযাও সন্ধানহীন৷
নাও খনত মহিলাকে ধৰি, ১৩ জন লোক আছিল৷Body:যোৱা নিশা দৰং ৰ কছাৰীঝাৰ ঘাটত নাওঁ দুৰ্ঘটনা(টুলুঙা নাওঁ)৷

নাও খনত মহিলাকে ধৰি, ১৩ জন লোক আছিল৷Conclusion:Debabrat goswami