ETV Bharat / state

দল গাঁৱৰ বৰুৱাঝাৰত মৰণ ফান্দৰ ৰূপত বিদ্যুৎ সংযোগ

author img

By

Published : Oct 9, 2020, 4:52 PM IST

দল গাঁৱত বিদ্যুৎ বিভাগৰ আজব কান্ড ৷ ঘৰৰ চালৰ ওপৰেদি বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ ।

 দল গাঁৱৰ বৰুৱাঝাৰত মৰণ ফান্দৰ ৰূপত বিদ্যুৎ সংযোগ
দল গাঁৱৰ বৰুৱাঝাৰত মৰণ ফান্দৰ ৰূপত বিদ্যুৎ সংযোগ

দলগাঁও, 9 অক্টোবৰ: দৰং জিলাৰ খাৰুপেটীয়া বিদ্যুবিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত দলগাঁৱৰ বৰুৱাঝাৰ গাঁৱত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ডই চকু কঁপালত তুলিছে ৰাইজৰ । টিনৰ চালৰ ওপৰেদি বাঁহৰ খুটাৰেই বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰিছে ।

ইফালে সামান্য অজুহাততে বিদ্যুৎ কৰ্তন কৰাত সিদ্ধহস্ত খাৰুপেটীয়া বিদ্যুত উপ সংমণ্ডলৰ বিষয়া কৰ্মচাৰীসকল বুলি অভিযোগ কৰে ৰাইজে ।

উল্লেখযোগ্য যে,গাঁওখনৰ প্ৰায় ১০ টা পৰিয়ালৰ ঘৰৰ ওপৰেদি বাঁহৰ খুটাৰে টনা হৈছে বিদ্যুৎ পৰিবাহী তাৰ ৷ বিয়াগোম বিভাগটোৱে পকা খুটাৰ সলনি বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ দিয়াৰ ফলত চালৰ সামান্য ওপৰেদি যোৱা তাঁৰে যিকোনো সময়ত সংঘটিত কৰিব পাৰে ভয়ানক দুৰ্ঘটনা। এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে বাৰাম্বাৰ আৱেদন নিবেদন কৰিছে যদিও কোনো গুৰুত্ব নোলোৱা বুলি অভিযোগ কৰে বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলৰ বিৰুদ্ধে ৷ অতি শীঘ্ৰেই উক্ত ঘটনাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.