ETV Bharat / state

খাৰুপেটীয়াৰ ঘোঁড়া দৌৰ প্ৰতিযোগিতাত বৰষুনৰ বিধি পথালি - Dalgaon Horse race

বৰষুনে বিধি পথালি দিয়াত উদ্যোক্তা সকলে স্থগিত ৰাখিবলৈ বাধ্য হয় খেলখন ৷

খাৰুপেটীয়াৰ ঘোঁড়া দৌৰ প্ৰতিযোগিতাত বৰষুনৰ বিধি পথালি
author img

By

Published : Aug 19, 2019, 4:21 PM IST

দলগাঁও, 19 আগষ্ট: বিগত বছৰ সমুহৰ দৰে এইবছৰো ইদুদজোহা উপলক্ষে দৰঙৰ খাৰুপেটীয়াৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হয় ঘোঁড়া দৌৰ প্ৰতিযোগিতা ৷ পূৱ মংগলদৈ ক্ৰীড়া এচোছিয়েশ্যনৰ উদ্যোগত খাৰুপেটীয়াৰ বলোগড়াত সোমবাৰে অনুষ্ঠিত হোৱা নৱম বাৰ্ষিক ঘোড়া দৌৰ প্ৰতিযোগিতা খন চাবলৈ ভিৰ কৰে বহু দৰ্শকে ৷ যথা সময়ত আৰম্ভ হোৱা খেল খনত দৰ্শকৰ ৰূপত উপস্থিত থাকে কেইবা সহস্ৰাধিক মহিলা আৰু শিশু ৷

খাৰুপেটীয়াৰ ঘোঁড়া দৌৰ প্ৰতিযোগিতাত বৰষুনৰ বিধি পথালি

কিন্তু চূড়ান্ত প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ সময়তে প্ৰচণ্ড বৰষুনে বিধি পথালি দিয়াত উদ্যোক্তা সকলে স্থগিত ৰাখিবলৈ বাধ্য হয় খেলখন ৷

Intro:Slug.. Dalgaon Horse race

Byte.. organiser

Story=

ঘোঁড়া দৌৰ চাবলৈ খাৰুপেটীয়াত ৰাইজৰ লানি নিচিগা সোঁত
## জনসমুদ্ৰ পৰিনত খাৰুপেটীয়া ৰাজীব গান্ধী ক্ৰীড়া প্ৰকল্প ।
## প্ৰচন্ড বৰষুনৰ ফলত স্থগিত ঘোঁৰা দৌৰ প্ৰতিযোগিতা ।Body:

দলগাঁও / ১৯আগষ্ট

আন আন বছৰৰ দৰে দৰঙৰ খাৰুপেটীয়াৰ ৰাজীব গান্ধী ক্ৰীড়া প্ৰকল্পত ইদুজোহা উপলক্ষে অনুষ্ঠিত হয় ঘোড়া দৌৰ প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাখন চাবলৈ জনসমুদ্ৰত পৰিনত হৈ পৰে খেলপথাৰ ৷ পূৱ মংগলদৈ ক্ৰীড়া এচোছিয়েশ্যনৰ উদ্যোগত খাৰুপেটীয়াৰ বলোগড়াত অতি জনপ্ৰিয় নৱম বাৰ্ষিক এই ঘোড়া দৌৰ প্ৰতিযোগিতা খন চাবলৈ যথেষ্ট ভিৰ কৰে দূৰ দূৰনিৰ পৰা অহা ৰাইজে ৷ জন সমুদ্ৰত পৰিনত হোৱা খেল পথাৰত দৰ্শকৰ ৰূপত উপস্থিত থাকিল কেইবা সহস্ৰাধিক মহিলা আৰু শিশু৷ সময় মতে আৰম্ভ হয় খেলখন ৷ চূড়ান্ত প্ৰতিযোগিতাখন চাবলৈ হাজাৰ হাজাৰ দৰ্শক অপেক্ষা কৰি থকা সময়তে আহিল ডবা পিটা বৰষুন৷ বৰষুনত ছেদেলি ভেদেলি হল দৰ্শক৷ নিজৰ কন কন শিশুক কোলাত লৈ দৌৰি খেলপথাৰ ত্যাগ কৰিলে বহুতে৷ Conclusion:অৱশেষত উদ্যোক্তা সকলে বৰষুনৰ বাবে স্থগিত ৰাখিলে প্ৰতিযোগিতা খন৷

আব্দুল হাকিম
দলগাঁও
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.