ETV Bharat / state

BREAKING NEWS: মঙলদৈত নকল টকা বনোৱা মেচিনসহ আটক ছয় ব্যক্তি

author img

By

Published : Sep 5, 2022, 7:12 AM IST

Updated : Sep 5, 2022, 1:19 PM IST

মঙলদৈত জব্দ হৈছে নকল টকা বনোৱা মেচিন ৷ চহৰখনৰ ২নং ৱাৰ্ডৰ পৰা দৰং আৰক্ষীয়ে নকল টকা আৰু নকল টকা বনোৱা মেচিন জব্দ কৰাৰ লগতে আটক কৰিলে তিনিজন পুৰুষ আৰু তিনিগৰাকী মহিলা (Counterfeit money making machine seized) ৷

Counterfeit money making machine seized in Mangaldai
মঙলদৈত জব্দ নকল টকা বনোৱা মেচিনসহ ছয় অভিযুক্ত
  • মঙলদৈত জব্দ নকল টকা বনোৱা মেচিন (Counterfeit money making machine seized)
  • চহৰখনৰ ২নং ৱাৰ্ডৰ পৰা দৰং আৰক্ষীয়ে জব্দ কৰিছে বহু পৰিমানৰ নকল টকা আৰু নকল টকা বনোৱা মেচিন
  • ইয়াৰ লগত জড়িত তিনিগৰাকী মহিলাকে ধৰি ছয়জনক আটক আৰক্ষীৰ
  • ধৃত লোক তিনিজন ক্ৰমে খাৰুপেটীয়াৰ আনোৱাৰ হুছেইন, চাদ্দত হুছেইন আৰু জামান আহমেদ
  • আনহাতে ধৃত মহিলাকেইগৰাকী হৈছে দৰঙৰ খাটনিয়াপাৰাৰ ৰিজুমা বেগম, গুৱাহাটী লখৰাৰ জৱা দাস আৰু প্ৰিয়া ৰয়
  • ধৃত আটাইকেইগৰাকী নকল টকা বনোৱাৰ লগতে দেহ ব্যৱসায়ৰ দৰে অপকৰ্মতো জড়িত থকাৰ অভিযোগ
    মঙলদৈত নকল টকা বনোৱা মেচিনসহ আটক ছয় ব্যক্তি

Last Updated : Sep 5, 2022, 1:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.