ETV Bharat / state

দৰঙত পুনৰ 17 জনৰ দেহত COVID-19

দৰঙত মুঠ আক্ৰান্তৰ সংখ্যা 382 । চিকিৎসাধীন হৈ আছে ১৪৬ জন । আক্ৰান্ত লোকসকলৰ ভিতৰত এগৰাকী চিকিৎসক থকাৰ বিপৰীতে এগৰাকী আৰক্ষীৰ লোক , ৩জন জোৱান, দুগৰাকী বেংকৰ কৰ্মচাৰী আৰু এজন ডাকঘৰৰ কৰ্মৰত লোক আছে ।

CORONA UPDATE ON DARRANG
CORONA UPDATE ON DARRANG
author img

By

Published : Jul 11, 2020, 12:49 AM IST

দৰং, 10 জুলাই : দৰং জিলাত শুকুৰবাৰে নতুনকৈ 17 গৰাকী লোকৰ দেহত ধৰা পৰে COVID-19 । ইয়াৰ ফলত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 382 গৰাকীলৈ বৃদ্ধি পাইছে ।

জিলা স্বাস্থ্য বিভাগে শুকুৰবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে আক্ৰান্ত লোকসকলৰ ভিতৰত এগৰাকী চিকিৎসক থকাৰ বিপৰীতে এগৰাকী আৰক্ষীৰ লোক , ৩জন জোৱান, দুগৰাকী বেংকৰ কৰ্মচাৰী আৰু এজন ডাকঘৰৰ কৰ্মৰত লোক আছে ।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ দিনটোত জিলাখনত দুজনৰ দেহত ধৰা পৰিছিল এই ৰোগ । 382 গৰাকীৰ ভিতৰত ১৪৬ জন লোক চিকিৎসাধীন হৈ আছে । আনহাতে কৰ'ণা মুক্ত হৈছে 236 গৰাকী ।

লগতে পঢ়ক : চিকিৎসালয়তেই কৰ'ণা ৰোগীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.