- দৰঙত জব্দ কৰা উট ৰাজস্থানলৈ প্ৰেৰণ
- ১০ আগষ্টত দৰঙৰ টাংনি বজাৰৰ পৰা জব্দ কৰা হৈছিল ৬ টাকৈ উট
- ঈদৰ কুৰবাণীৰ বাবে দৰঙলৈ অনা হৈছিল উট কেইটা
- বেছিমাৰিৰ এগৰাকী ব্যৱসায়ীয়ে ৰাজস্থানৰ পৰা অবৈধ ভাৱে বিক্ৰীৰ বাবে আনিছিল উট কেইটা
- ৰাজস্থানৰ ২০১৫ চনৰ আইন মতে ৰাজস্থানৰ পৰা আন কোনো ঠাইলৈ নিব নোৱাৰে উট
- দৰং আৰক্ষীৰ ধূলা থানাই ৫ টা আৰু মঙলদৈ থানাই জব্দ কৰিছিল ১ টা উট
- পৰিবেশৰ সৈতে খাপ নোখোৱাৰ বাবেই এটা উটৰ ইতিমধ্যে মৃত্যু হৈছিল
- বাকী থকা উট কেইটা বন্যপ্ৰাণী সুৰক্ষা বিষয়াৰ জৰিয়তে পুনৰ পঠাই দিয়া হয় ৰাজস্থানলৈ
দৰঙত জব্দ কৰা উট ৰাজস্থানলৈ প্ৰেৰণ - ঈদ
১০ আগষ্টত দৰঙৰ টাংনি বজাৰৰ পৰা জব্দ কৰা হৈছিল ৬ টাকৈ উট
দৰঙত জব্দ কৰা উট ৰাজস্থানলৈ প্ৰেৰণ
- দৰঙত জব্দ কৰা উট ৰাজস্থানলৈ প্ৰেৰণ
- ১০ আগষ্টত দৰঙৰ টাংনি বজাৰৰ পৰা জব্দ কৰা হৈছিল ৬ টাকৈ উট
- ঈদৰ কুৰবাণীৰ বাবে দৰঙলৈ অনা হৈছিল উট কেইটা
- বেছিমাৰিৰ এগৰাকী ব্যৱসায়ীয়ে ৰাজস্থানৰ পৰা অবৈধ ভাৱে বিক্ৰীৰ বাবে আনিছিল উট কেইটা
- ৰাজস্থানৰ ২০১৫ চনৰ আইন মতে ৰাজস্থানৰ পৰা আন কোনো ঠাইলৈ নিব নোৱাৰে উট
- দৰং আৰক্ষীৰ ধূলা থানাই ৫ টা আৰু মঙলদৈ থানাই জব্দ কৰিছিল ১ টা উট
- পৰিবেশৰ সৈতে খাপ নোখোৱাৰ বাবেই এটা উটৰ ইতিমধ্যে মৃত্যু হৈছিল
- বাকী থকা উট কেইটা বন্যপ্ৰাণী সুৰক্ষা বিষয়াৰ জৰিয়তে পুনৰ পঠাই দিয়া হয় ৰাজস্থানলৈ
Intro:# অৱশেষত দৰঙত জব্দ কৰা উট কেইটা ৰাজস্থানলৈ প্ৰেৰণBody: ।
# ১০ আগষ্টত দৰঙৰ টাংনি বজাৰৰ পৰা জব্দ কৰিছিল ৬ টাকৈ উট ।
# ঈদৰ কুৰবাণীৰ বাবে দৰঙলৈ আনিছিল উট কেইটা ।
# বেছিমাৰিৰ এগৰাকী ব্যৱসায়ীয়ে ৰাজস্থান ৰ পৰা অবৈধ ভাৱে বিক্ৰীৰ বাবে আনিছিল উট কেইটা ।
# ৰাজস্থানৰ ২০১৫ চনৰ আইন মতে উট ৰাজস্থানৰ পৰা আন কোনো ঠাইলৈ নিব নোৱাৰে ।
# সেই সূত্ৰে দৰং আৰক্ষীৰ ধূলা থানাই ৫ টা আৰু মঙলদৈ থানাই ১ টা উট জব্দ কৰিছিল ।
# পৰিবেশৰ সৈতে খাপ নোখোৱাৰ বাবেই এটা উটৰ ইতিমধ্যে মৃত্যু হৈছিল ।
# বাকী থকা উট কেইটা মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ সহযোগত বান্যপ্ৰাণী সুৰক্ষা বিষয়াৰ জৰিয়তে পুনৰ ৰাজস্থানলৈ পঠাই দিয়া হয় ।Conclusion:Debabrat goswami