ETV Bharat / state

ন্যায়িক যুঁজ চলি থকাৰ মাজতে উটৰ মৃত্যু

author img

By

Published : Aug 27, 2019, 8:31 PM IST

দৰঙৰ ধূলা আৰক্ষীয়ে জব্দ কৰা পাঁচটা উটৰ মাজৰে এটা উটৰ মৃত্যু ৷ উট কেইটাক লৈ আদালতৰ মজিয়াত ন্যায়িক যুঁজ চলি থকাৰ সময়তে মৃত্যু হয় এটা উটৰ ৷

ন্যায়িক যুঁজ চলি থকাৰ মাজতে উটৰ মৃত্যু

দৰং, 27 আগষ্টঃ দৰঙৰ ধূলা আৰক্ষীয়ে 10 আগষ্টত জব্দ কৰা পাঁচটা উটৰ মাজৰে এটা উটৰ মঙলবাৰে মৃত্যু হয় ৷ উট কেইটাক লৈ আদালতৰ মজিয়াত ন্যায়িক যুঁজ চলি থকাৰ সময়তে মৃত্যু হয় উটটোৰ ৷ প্ৰাপ্ত তথ্য মতে,টাংনী সাপ্তাহিক বজাৰত ঈদ উপলক্ষে বিক্ৰীৰ বাবে হাৰিয়ানাৰ পৰা অনা 5 টা উট জব্দ কৰি ধূলা আৰক্ষীয়ে থানাত আবদ্ধ কৰি ৰাখিছিল। ঘটনাস্থলীত পশু চিকিৎসকৰ এটা দল উপস্থিত হৈ উটটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে ৷ উল্লেখ্য যে,খাদ্যাভ্যাস আৰু জলবায়ুৰ পৰিৱৰ্তনৰ বাবেই উটটোৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷

Intro:Slug = CAMEL_DEAD_
Byte= Baharul Islam (Veterinary Officer ).

## দৰঙৰ ধুলা আৰক্ষীয়ে জব্দ কৰা ৫ টা উটৰ এটা উট মৃত্যু হয় ।
## ন্যায়িক যুজ চলি থকাৰ মাজতে মৃত্যু উটৰ ।
## সম্পন্ন কৰা হয় মৰণোত্তৰ পৰীক্ষা ।

Body:দলগাও / ২৭ আগষ্ট ।

১০ আগষ্টত দৰঙৰ ধূলা আৰক্ষীয়ে টাংনী সাপ্তাহিক বজাৰত ঈদ উপলক্ষে বিক্ৰীৰ বাবে হাৰিয়ানাৰ পৰা অনা ৫ টা উট জব্দ কৰি থানাত আবদ্ধ কৰি ৰাখে। বিগত দুটা সপ্তাহ ধৰি ৰদ বৰষুণত থকাৰ পিছত পাচটা উটৰ এটা উটৰ মৃত্যু হয় আৰক্ষীৰ জিম্মাত । উটকেইটাক লৈ আদালতৰ মজিয়াত ন্যায়িক যুঁজ চলি চলাৰ মাজতে মৃত্যু হয় এটা উটৰ । ঘটনাস্থলীত উপস্থিত হোৱা জিলা পশু চিকিৎসকৰ দল এটাই মৃত্যু হোৱা উটটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে থানা চৌহদত । Conclusion: খাদ্যাভ্যাস আৰু জলবায়ুৰ বাবে উটৰ মৃত্যু হয় উট দুটাৰ ।

আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.