ETV Bharat / state

মঙলদৈত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

author img

By

Published : Feb 8, 2020, 11:25 PM IST

নাগৰিকত্ব সংশোধনী আইন, 2019 বাতিলৰ দাবীত মঙলদৈত উত্তাল প্ৰতিবাদ ৷ মঙলদৈ জিলা পুথিভঁড়ালৰ পৰা আৰম্ভ কৰা হয় এই প্ৰতিবাদ ৷

caa protest at mongoldoi
মঙলদৈত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

মঙলদৈ, 8 ফেব্ৰুৱাৰী : শনিবাৰে মঙলদৈত নাগৰিকত্ব সংশোধনী আইন, 2019 বাতিলৰ দাবীত জোঁৰ সমদল । দৰং জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিয়ে যৌথ ভাবে সাব্যস্ত কৰে প্ৰতিবাদ । মঙলদৈ জিলা পুথিভঁড়ালৰ পৰা আৰম্ভ কৰা হয় এই প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব (সংশোধনী) আইন বিৰুদ্ধে বিভিন্ন শ্ল'গান কৰি অসম চৰকাৰ হায় হায়, CAA আমি নামানো, ধ্বনিৰে মঙলদৈ চহৰ উত্তাল কৰি তোলে ।

Intro:মঙলদৈত নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত জোৰ সমদল ।Body:
# মঙলদৈত নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ দাবীত জোৰ সমদল ।
# দৰং জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিয়ে যৌথ ভাবে প্ৰতিবাদ কৰে ।
# মঙলদৈ জিলা পুথিভঁড়ালৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী জোৰ সমদলকাৰীয়ে মঙলদৈ চহৰ উত্তাল কৰি তোলে ।
# অসম চৰকাৰ হায় হায়, CAA আমি নামানো, ধ্বনিৰে উত্তাল কৰেConclusion:Debabrat goswami,Darrang
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.