ETV Bharat / state

বিজেপিৰ ষড়যন্ত্ৰৰ বাবেই ই ভি এমত খেলিমেলি হৈছেঃভূপেন বৰা

দৰঙৰ দিপীলাত মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ হৈ প্ৰচাৰ চলাই এনেদৰে এই মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ

বিজেপিৰ ষড়যন্ত্ৰৰ বাবেই ই ভি এমত খেলিমেলি
author img

By

Published : Apr 12, 2019, 12:15 PM IST

দৰং, 12 এপ্ৰিলঃ বিজেপিৰ ষড়যন্ত্ৰৰ বাবেই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন ভোটকেন্দ্ৰৰ ই ভি এম মেচিনত খেলিমেলি হৈছে ৷ দৰঙৰ দিপীলাত মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ হৈ প্ৰচাৰ চলাই এটা কাৰ্যালয় মুকলি কৰি এনেদৰে মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ভূপেন বৰাই ৷ লগতে শৰাইঘাটৰ যুদ্ধৰ নাম লৈ ক্ষমতালৈ আহিলেই 1 কোটি ৭০ লাখ বাংলাদেশীক অসমলৈ আনিবলৈ জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল সাজু হৈছে বুলি মুখ্যমন্ত্ৰীক সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

বিজেপিৰ ষড়যন্ত্ৰৰ বাবেই ই ভি এমত খেলিমেলি

ইপিনে বিজেপিৰ ই ভি এম ষড়যন্ত্ৰই অসমৰ ৰাইজৰ সিদ্ধান্ত বদলাব নোৱাৰে বুলিও মন্তব্য কৰে ভূপেন বৰাই ৷

A_DARRANG_12APL_801_BHUPEN BORA 【ftp kariso】

V/O: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন ভোট কেন্দ্ৰত সংঘটিত হোৱা খেলিমেলি সন্দৰ্ভত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক ভূপেন বৰাই বিজেপিৰ ষড়যন্ত্ৰৰ বাবেই EVM ত খেলিমেলি হোৱাৰ অভিযোগ কৰে। 

Byte- ভূপেন বৰা।

 দিপীলাত কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ হৈ প্ৰচাৰ চলাবলৈ আহি এটা কাৰ্যালয় মুকলি কৰি কংগ্ৰেছ নেতা গৰাকীয়ে অসম মাতৃৰ প্ৰতি অহা বিপদৰ পৰা ৰক্ষা কৰিবলৈ ৰাইজৰ ক আহ্বান জনাই। বিজেপি ক্ষমতালৈ আহিলেই এককোটি ৭০ লাখ বাংলাদেশী আনিব অসমলৈ। গতিকে জাতীক নিঃশেষ কৰিবলৈ ওলোৱা বিশ্বাসঘাটত বিজেপিক ভোট দিব নে জাতি ৰক্ষাৰ বাবে কংগ্ৰেছক ভোট দিব সেয়া সিদ্ধান্ত কৰিবলৈ এয়াই সময় বুলি কয়।
বক্তব্য- ভূপেন বৰা।

 দেবব্ৰত গোস্বামী, দৰঙ
১১/০৪/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.