দৰং, 14 এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ এক অংগ হৈ পৰিছে নেতাৰ নৃত্য-গীত ৷ দৰং জিলাৰ বিভিন্ন নিৰ্বাচনী প্ৰচাৰত ভাগ লৈ দেওবাৰে সাংবাদিকৰ আগত বিহু গীত জুৰিলে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া আৰু মঙলদৈ লোকসভাৰ বিজেপী প্ৰাৰ্থী দিলীপ শইকীয়াই ৷ বিহু গীত গাই নিৰ্বাচনী প্ৰচাৰ চলোৱা লগতে অসমবাসীক বিহুৰ শুভেচ্ছা জনায় দুয়োজনে ৷
বিহু গীত জুৰি ৰাজ্যবাসীক বিহুৰ ওলগ জনালে বিধায়কৰ লগতে নিৰ্বাচনী প্ৰাৰ্থীয়ে - ছিপাঝাৰ সমষ্টি
ব’হাগ মাথো এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ... ভূপেন দাৰ গীতৰ মাজেৰে অসমবাসীলৈ বিহুৰ ওলগ জনালে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়াই ৷
বিহু গীত জুৰি ৰাজ্যবাসীক বিহুৰ ওলগ জনালে বিধায়কৰ লগতে নিৰ্বাচনী প্ৰাৰ্থীয়ে
দৰং, 14 এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ এক অংগ হৈ পৰিছে নেতাৰ নৃত্য-গীত ৷ দৰং জিলাৰ বিভিন্ন নিৰ্বাচনী প্ৰচাৰত ভাগ লৈ দেওবাৰে সাংবাদিকৰ আগত বিহু গীত জুৰিলে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া আৰু মঙলদৈ লোকসভাৰ বিজেপী প্ৰাৰ্থী দিলীপ শইকীয়াই ৷ বিহু গীত গাই নিৰ্বাচনী প্ৰচাৰ চলোৱা লগতে অসমবাসীক বিহুৰ শুভেচ্ছা জনায় দুয়োজনে ৷
A_DARRANG_14APL_801_BINANDRA RANGALI BIHU WISHES
【Ftp】
লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত বিভিন্ন অংগ হৈ পৰিছে নেতাৰ নাচ-গান ৷ দৰঙ জিলাত বিভিন্ন নিৰ্বাচনী প্ৰচাৰত ছিপাঝাৰ সমস্টিৰ বিধায়ক বিনন্দ শইকীয়া আৰু মঙলদৈ লোকসভাৰ বিজেপী প্ৰৰ্থী দিলিপ শইকীয়াই বিহু গীট গাই নিৰ্বাচনী প্ৰচাৰ চলোৱা লগতে অসম বাসীক বিহুৰ শুভেচ্ছা জনায়৷ ৷
801_বিনন্দ শইকীয়াৰ বাইট
802_দীলিপ শইকীয়াৰ বাইট
দেবব্ৰত গোস্বামী দৰঙ