ETV Bharat / state

অগপ-বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত: ছিপাঝাৰত প্ৰাৰ্থী দাবী অগপৰ

15 বছৰে অসম গণ পৰিষদ দলৰ দুৰ্গ হিচাপে পৰিচিত দৰঙৰ ছিপাঝাৰ সমষ্টিত 2016 ৰ বিধানসভা নিৰ্বাচনত বিজেপি বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ দখললৈ আহে ৷ কিন্তু এইবেলি পুনৰ শইকীয়াৰ বিৰুদ্ধে থিয় দিছে মিত্ৰ দল অসম গণ পৰিষদ ৷

As_drg_agp-demands-election-ticket-from-sipajhar_img_as10006
অগপ-বিজেপিৰ প্ৰাৰ্থীত্ব সংঘাত:ছিপাঝাৰত প্ৰাৰ্থীৰ দাবী অগপৰ
author img

By

Published : Mar 3, 2021, 11:02 AM IST

দৰং,3 মাৰ্চ: মিত্ৰদল বিজেপি আৰু অসম গণ পৰিষদ দলৰ টিকটক লৈ আলোচনা চলি থকাৰ সময়তেই ছিপাঝাৰ সমষ্টিত টিকটক লৈ সৃষ্টি হৈছে টনা-আজোৰা ৷ বিজেপিৰ দখলত থকা ছিপাঝাৰ সমষ্টিত প্ৰাৰ্থিত্বৰ দাবী কৰিছে অগপই ৷

15 বছৰে অসম গণ পৰিষদ দলৰ দুৰ্গ হিচাপে পৰিচিত দৰঙৰ ছিপাঝাৰ সমষ্টিত 2016 ৰ বিধানসভা নিৰ্বাচনত বিজেপি বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ দখললৈ আহে ৷ কিন্তু এইবেলি পুনৰ শইকীয়াৰ বিৰুদ্ধে থিয় দিছে মিত্ৰদল অসম গণ পৰিষদ ৷ মঙলবাৰে সমষ্টিটোৰ বৰদৌলগুৰি সাহিত্য সভাৰ সভাগৃহত দৰঙৰ অসম গণ পৰিষদে সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় সমিতিক ছিপাঝাৰ সমষ্টিত দলটোৰ প্ৰাৰ্থীক টিকট দিবলৈ দাবী জনায় ৷

লগতে পঢ়ক-বিজেপি-অগপৰ আসন বুজাবুজি ৯৫ শতাংশ সম্পূৰ্ণ : হিমন্ত বিশ্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.