- মঙলদৈ নগৰবাসীত বৈদিক কৰ্মত দৈ খায় অসুস্থ আঠ জনকৈ লোক
- নাচিমুদ্দিন নামৰ এগৰাকী ব্যক্তিৰ ঘৰত ৰবিবাৰে আছিল সামাজিক অনুষ্ঠান
- মইনুল হক নামৰ গাখীৰ বেপাৰী এগৰাকীৰ পৰা কিনা হৈছিল দৈ
- অসুস্থসকলক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি
মঙলদৈত দৈ খাই অসুস্থ কেইবাজনো - খাদ্যত বিষক্ৰিয়া
নাচিমুদ্দিন নামৰ এগৰাকী ব্যক্তিৰ ঘৰত ৰবিবাৰে আছিল সামাজিক অনুষ্ঠান ৷ মইনুল হক নামৰ গাখীৰ বেপাৰী এগৰাকীৰ পৰা কিনা হৈছিল দৈ ৷
ETV BHARAT
- মঙলদৈ নগৰবাসীত বৈদিক কৰ্মত দৈ খায় অসুস্থ আঠ জনকৈ লোক
- নাচিমুদ্দিন নামৰ এগৰাকী ব্যক্তিৰ ঘৰত ৰবিবাৰে আছিল সামাজিক অনুষ্ঠান
- মইনুল হক নামৰ গাখীৰ বেপাৰী এগৰাকীৰ পৰা কিনা হৈছিল দৈ
- অসুস্থসকলক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি
as_drg_food poisoning_as10006【ftp kariso】
Breaking Mangaldai
মঙলদৈ নগৰবাসী ত সকামৰ দৈ খায় আঠ জনকৈ লোক গুৰুত্ব ভাবে অসুষ্ট --
নাচিমুদ্দিন নামৰ এগৰাকী ব্যক্তিৰ ঘৰত সকাম আছিল ৰবিবাৰে --
তাতে দৈ খাইছিল লোক কেইজনে--
মইনুল হক নামৰ গাখীৰ বেপাৰী এগৰাকীৰ পৰা দৈ খিনি কিনি আনিছিল --
আটাইকে মঙলদৈ অসামৰিক চিকিৎসালয় ত ভৰ্ত্তি
Debabrat goswami