ETV Bharat / state

দলগাঁৱত 7টা পৰিয়ালৰ বিদেশী হোৱাৰ আশংকা

author img

By

Published : Sep 8, 2019, 3:22 PM IST

কেমেৰাৰ সন্মুখত উচুপি উঠিল মহিলা৷ 51 চনৰ লিগেচি ডাটা ব্যৱহাৰ কৰিও নাম নাহিল অন্তিম তালিকাত৷

দলগাঁৱত 7টা পৰিয়ালৰ বিদেশী হোৱাৰ আশংকা

দলগাঁও, 8 ছেপ্টেম্বৰঃ বহু চৰ্চিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত বহু ভাৰতীয় লোকৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগত বিভিন্ন ঠাইত বহু লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ তেনে সময়তে দৰঙৰ দলগাঁও সমষ্টিৰ 7 টা পৰিয়ালৰ সদস্যৰ নাম এনআৰচিৰ অন্তিমখন তালিকাত প্ৰকাশ নোপোৱাত হতাশাত ভাগি পৰিছে বঞ্চিত পৰিয়ালৰ লোক সকল ।

দলগাঁৱত 7টা পৰিয়ালৰ বিদেশী হোৱাৰ আশংকা

দৰঙৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তগৰ্ত কাছোমাৰী গাঁৱৰ এই 7 টা পৰিয়ালৰ লোকে দলগাঁও ৰাজহ চক্ৰৰ অন্তগৰ্ত 11 নং এনআৰচি কেন্দ্ৰত 51 চনৰ লিগেচি ডাটা সহ প্ৰয়োজনীয় সকলো নথি পত্ৰৰে আবেদন পত্ৰ পূৰণ কৰি জমা দিছিল৷ প্ৰথম আৰু দ্বিতীয়খন খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ পিচতো কোনো ধৰণৰ জাননী নোপোৱা পৰিয়াল কেইটাৰ চিন্তিত লোকসকলে এনআৰচি কতৃপক্ষৰ কাষ চাপিছিল। ইয়াৰ পাচতে কতৃপক্ষই 31 আগষ্টত ৰাষ্টীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত তেওঁলোকৰ নাম প্ৰকাশ পাব বুলি আশ্বাস দিছিল৷ কিন্তু চূড়ান্ত তালিকাত নাম প্ৰকাশ পাব বুলি আশাৰে বাট চাই থকা পৰিয়াল কেইটাৰ কোনো এজন সদস্যৰ নাম 31 আগষ্টৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱাত পৰিয়াল কেইটাৰ সদস্য সকল হতাশাত ভাগি পৰিছে৷

Intro:SLUG= NO_NRC_
Byte= Sufferer

## দলগাঁৱত বিদেশী হোৱাৰ আশংকাত ভুগিছে সাতটা পৰিয়াল ।
## অন্ কেমেৰাৰ সন্মুখত উচুপি উঠিল মহিলা ।
## ৫১ চনৰ লিগেচি ডাটা ব্যৱহাৰ কৰিও নাম নাহিল অন্তিম তালিকাত। ।

Body:

দলগাও / ৮ ছেপ্টেম্বৰ ।

বহুচৰ্চিত ৰাষ্ট্ৰীয় নাগৰিক-
পঞ্জীৰ চুড়ান্ত তালিকাত বহু ভাৰতীয় লোকৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগত বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে দৰঙৰ দলগাও সমষ্টিৰ সাতটা পৰিয়ালৰ সদস্যৰ নাম এন আৰ চিৰ অন্তিমখন তালিকাত প্ৰকাশ নোপোৱাত হতাশাত ভাগি পৰিছে বঞ্চিত
পৰিয়ালৰ লোক সকল । দৰঙৰ দলগাও ৰাজহ চক্ৰৰ অন্তগৰ্ত কাছোমাৰী গাৱৰ এই সাতটা পৰিয়ালৰ লোকে ৫১ চনৰ লিগেচি ডাটা সহ প্ৰয়োজনীয় সকলো নথি পত্ৰৰে আবেদন পত্ৰ পূৰণ কৰি জমা দিছিল দলগাও ৰাজহ চক্ৰৰ অন্তগৰ্ত ১১ নং এন এচ কেত । প্ৰথম আৰু দ্বিতীয়খন খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ পিছতো কোনো ধৰনৰ জাননী নোপোৱা পৰিয়াল কেইটাৰ চিন্তিত লোকসকল কাষ চাপিছিল এন আৰ চি কতৃপক্ষৰ । কতৃপক্ষই ৩১ আগষ্টত ৰাষ্টীয় নাগৰিক পঞ্জীৰ চুড়ান্ত তালিকাত নাম প্ৰকাশ পাব বুলি আশ্বাস দিয়াত আশাৰে বাট চাই থকা পৰিয়াল কেইটাৰ কোনো এজন সদস্যৰ নাম ৩১ আগষ্টৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱাত হতাশাত ভাগি পৰে পৰিয়াল কেইটাৰ সদস্য সকল ।

Conclusion: দৰিদ্ৰ পৰিয়ালৰ চিন্তিত লোক সকল বিদেশী হোৱাৰ আশংকাত উচুপি উঠে অন কেমেৰাৰ সন্মুখত ।

আব্দুল হাকিম
দলগাও ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.