মঙলদৈ, 1 এপ্ৰিলঃ দৰং জিলাৰ মঙলদৈত 40 জন লোকক কোৱাৰানটাইনত ৰখাৰ নিৰ্দেশ স্বাস্থ্যকৰ্মীৰ ৷ নিজামুদ্দিনৰ ধৰ্মীয় সভাৰ বিষয়ে প্ৰকাশ হোৱাৰ পিছতে তৎপৰ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে দৰং জিলাৰ স্বাস্থ্য আৰু জিলা প্ৰশাসনে ৷ তথ্য অনুসৰি দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ ২৪ গৰাকী লোক নিজামুদ্দিনৰ পৰা উভতা বুলি জানিব পৰা গৈছে ৷ এইসকলৰ ২০ গৰাকীক মঙলদৈ অসামৰিক চিকিৎসালয়ত নিৰীক্ষণ কক্ষত ৰখা হৈছে । ইয়াৰোপৰি আন ২০ গৰাকীক ট্ৰেভেল হিষ্টি যোগে পোৱা তথ্য অনুসৰি কোৱাৰাণ্টাইনত কৰাৰ ব্যৱস্থা কৰিছে । সকলোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি আজি GMCH লৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই ।
মঙলদৈ অসামৰিক চিকিৎসালয়ত দুদিনত 40 জনক কোৱাৰাণ্টাইন - mangaladai covid 19 latest news
দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ ২৪ গৰাকী লোক নিজামুদ্দিনৰ পৰা উভতি অহা বুলি জানিব পৰা গৈছে ৷
![মঙলদৈ অসামৰিক চিকিৎসালয়ত দুদিনত 40 জনক কোৱাৰাণ্টাইন 40 জনক কোৱাৰানটাইন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6620960-1072-6620960-1585735884352.jpg?imwidth=3840)