ETV Bharat / state

দৰঙত ১৪ গৰাকী কৰ'ণা আক্ৰান্ত ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি

author img

By

Published : Jun 10, 2020, 10:28 PM IST

মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ১৪ গৰাকী COVID-19 আক্ৰান্ত ৰোগীক সোমবাৰে অব্যাহতি দিয়া হয় । বৰ্তমান জিলাখনত ৫৯ গৰাকীকৈ COVID-19 আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে ।

14 covid patient released from mangaldoi civil hospital

দৰং, ১০ জুনঃ সোমবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ১৪ গৰাকীকৈ COVID-19ত আক্ৰান্ত লোকক । যোৱা ২৭ মে'ৰ পৰা ৫ জুনলৈ প্ৰৰ্যায়ক্ৰমে বহিঃৰাজ্যৰ পৰা আহিছিল এই লোক কেইজন । দৰং জিলাত মুঠ ৭৩ গৰাকী গৰাকী লোকৰ দেহত ধৰা পৰিছিল COVID-19ৰ অৱস্থিতি । বৰ্তমান জিলাখনত ৫৯ গৰাকীকৈ লোক চিকিৎসাধীন হৈ আছে ।

দৰঙত ১৪ গৰাকী কৰ'ণা আক্ৰান্ত ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি

দৰং, ১০ জুনঃ সোমবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ১৪ গৰাকীকৈ COVID-19ত আক্ৰান্ত লোকক । যোৱা ২৭ মে'ৰ পৰা ৫ জুনলৈ প্ৰৰ্যায়ক্ৰমে বহিঃৰাজ্যৰ পৰা আহিছিল এই লোক কেইজন । দৰং জিলাত মুঠ ৭৩ গৰাকী গৰাকী লোকৰ দেহত ধৰা পৰিছিল COVID-19ৰ অৱস্থিতি । বৰ্তমান জিলাখনত ৫৯ গৰাকীকৈ লোক চিকিৎসাধীন হৈ আছে ।

দৰঙত ১৪ গৰাকী কৰ'ণা আক্ৰান্ত ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.