ETV Bharat / state

চিৰাঙত জব্দ মূল্যবান কাঠৰ লগতে কাঠফলা কল

এচ এচ বিৰ অভিযানত ধৰা পৰে কাঠৰ লগতে কাঠফলা কল৷

author img

By

Published : May 2, 2019, 7:44 PM IST

চিৰাঙত জব্দ মূল্যবান কাঠৰ লগতে কাঠফলা কল

চিৰাং, 2 মেঃ চিৰাঙৰ নাঙলভাঙা জয়পুৰত এচ এচ বিৰ অভিযান ৷ এচ এচ বিৰ ১৫নং বেটেলিয়নৰ অভিযানত জব্দ হয় তিনিটাকৈ চোৰাং তথা অবৈধ কাঠফলা মিল ৷ লগতে অভিযানত ধৰা পৰে পাঁচ লক্ষাধিক টকাৰ মূল্যবান কাঠো ৷

চিৰাঙত জব্দ মূল্যবান কাঠৰ লগতে কাঠফলা কল

জব্দকৃত কাঠৰ সৈতে কাঠফলা মিল তিনিটা চিৰাঙৰ আমটেকা বনাঞ্চলিক বিষয়াক গতাই দিয়ে এচ এচ বিয়ে ৷ আমটেকা বনাঞ্চলিক বিষয়া জয়ন্ত দৈমাৰীয়ে সংবাদ মাধ্যমক জনায় এই অভিযানৰ বিষয়ে ৷

Slug : As_Chg_2nd May_804_Chirang illegal timber with sawmill seized_Vis_Abdul Maleque Ahmed. 

Send by ftp. 

চিৰাঙৰ নাঙলভাঙা জয়পুৰত এচ এচ বিৰ অভিযান । এচ এচ বিৰ ১৫ নং বেটেলিয়নে অভিযান চলাই তিনিখন চোৰাং তথা অবৈধ কাঠফলা কল জব্দ কৰাৰ লগতে পাঁচ লক্ষাধিক টকা মুল্যৰ মুল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয় । এচ এচ বিয়ে পিচত জব্দকৃত কাঠ সমুহ আৰু কাঠ ফলা কল তিনিটা চিৰাঙৰ আমটেকা বনাঞ্চলত গতাই দিয়ে । আমটেকা বনাঞ্চলিক বিষয়া (ভাৰপ্ৰাপ্ত) জয়ন্ত দৈমাৰীয়ে সংবাদ মাধ্যমক জনায় এই অভিযানৰ সফলতাৰ বিষয়ে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ। 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.