ETV Bharat / state

মোৰ ধনবল নাই, জনবল আছেঃ উৰ্খাও গৌৰা ব্ৰহ্ম

author img

By

Published : Apr 20, 2019, 9:02 PM IST

"পৰিৱৰ্তন বিচাৰি এইদৰে লোকসকল ওলাই আহিছে ৷ এই নিৰ্বাচন ধনবল আৰু জনবলৰ ৷ মোৰ ধনবল নাই, কিন্তু জনবল আছে ৷ মুঠতে কোকৰাঝাৰৰ পৰা নিশ্চিহ্ন হ’ব বিপিএফ ৷"

চিৰাঙত বিশাল জন সভা

চিৰাং, 20 এপ্ৰিলঃ হাগ্ৰামা মহিলাৰী আৰু সাংসদ নৱ শৰণীয়াক ধৰ্মীয় অনুভূতিত আঘাত দি ৰাজনীতি নকৰিবলৈ সকিয়নি অসম জমিয়তৰ সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীৰ ৷ শনিবাৰে চিৰাঙৰ বিজনীত এআইইউডিএফ আৰু ইউপিপিএলৰ নিৰ্বাচনী জন সভাত অংশ গ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে কাছিমীয়ে ৷

চিৰাঙত বিশাল জন সভা

মিত্ৰ দলটোৰ 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ সমৰ্থনত আয়োজিত জন সভাত উপস্থিত থাকে হাজাৰ হাজাৰ জনগোষ্ঠীয় লোক ৷ বিজনী বিদ্যাপীঠ পথাৰত অনুষ্ঠিত জন সভাত ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই কয়, "পৰিৱৰ্তন বিচাৰি এইদৰে লোকসকল ওলাই আহিছে ৷ এই নিৰ্বাচন ধনবল আৰু জনবলৰ ৷ মোৰ ধনবল নাই, কিন্তু জনবল আছে ৷ মুঠতে কোকৰাঝাৰৰ পৰা নিশ্চিহ্ন হ’ব বিপিএফ ৷"

চিৰাঙত বিশাল জন সভা

আনহাতে, সভাত উপস্থিত থকা এবছু সভাপতি প্ৰমোদ বড়োৱে কয়, "বিপিএফৰ অপ শাসন, দুৰ্নীতি আদিৰ পৰা পৰিৱৰ্তন বিচাৰি দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা, ভাল শাসন প্ৰতিষ্ঠা কৰা, এজন ভাল নেতা নিৰ্বাচিত কৰাৰ বাবেই স্বতঃস্ফুৰ্তভাৱে ওলাই আহিছে সাধৰণ ৰাইজ ৷

Intro:চিৰাঙৰ বিজনী সমষ্টী ভিত্তিক বিজনীৰ বিদ‍্যাপিঠৰ পথাৰত আজি এ আই ইউ ডিএফ আৰু ইউ পি পি এলৰ নিৰ্ব্বাচনী জন সভা । মিত্ৰ দলটোৰ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মৰ সমৰ্থনত আয়োজিত এই জনসভাত এইদৰেই দেখিবলৈ পোৱা গল হেজাৰ হেজাৰ বিভিন্ন জনগোষ্ঠীৰ লোক ওলাই অহা পৰিলক্ষিত হল। অসম জমিয়তৰ সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমী, এবছুৰ সভিপতি প্ৰমোদ বড়ো, এন ডি এফবি (প্ৰ)ৰ সম্পাদক গোবিন্দ বসুমতাৰী, ইউ পি পি এলৰ এম চি এল এ সকল,লগতে সমৰ্থন জনোৱা বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ লোক সকল উপস্থিত থাকে।

সভাত হাগ্ৰামা মহিলাৰী আৰু সাংসদ নৱ শৰনীয়াক সকিয়াই দিয়ে ধৰ্মীয় অনুভুতিত আঘাত দি ৰাজনীতি নকৰিবলৈ অসম জমিয়তৰ সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীয়ে।

বিপিএফৰ অপশাসনৰ পৰা পৰিৱৰ্তন বিচাৰি এই দৰে লোক ওলাই আহিছে । এই নিৰ্ব্বাচন ধন বল আৰু জন বলৰ । মোৰ ধন বল নাই, কিন্ত জনবল আছে । মুঠতে কোকৰাঝাৰৰ পৰা নিশ্চিহ্ন হব বিপিএফ । এইদৰে কয় প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্ম ই ।
এবছু সভাপতি প্ৰমোদ বড়োই কয় যে বিপিএফৰ অপ শাসন,দুৰ্নিতি,আদিৰ পৰা পৰিৱৰ্তন বিচাৰি দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা, ভাল শাসন প্ৰতিষ্টা কৰা, এজন ভাল নেতা নিৰ্ব্বাচিত কৰাৰ বাবেই আজি স্বতস্ফুৰ্ত ভাৱে ওলাই আহিছে লোক । ইয়াত কোনো কথাই নচলে পৰিৱৰ্তন লাগে মানুহক বুলি মন্তব‍্য এবছু সভাপতিৰ ‌।

বাইট :

১। প্ৰমোদ বড়ো,এবছু সভাপতি।
২। মৌলানা ফজলুল কৰিম কাছিমী,সাধাৰণ সম্পাদক
অসম জমিয়ত।
৩। উৰ্খাউ গৌৰা ব্ৰহ্ম, প্ৰাৰ্থী।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট :

১। প্ৰমোদ বড়ো,এবছু সভাপতি।
২। মৌলানা ফজলুল কৰিম কাছিমী,সাধাৰণ সম্পাদক
অসম জমিয়ত।
৩। উৰ্খাউ গৌৰা ব্ৰহ্ম, প্ৰাৰ্থী।

Conclusion: অসম জমিয়তৰ সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমী, এবছুৰ সভিপতি প্ৰমোদ বড়ো, এন ডি এফবি (প্ৰ)ৰ সম্পাদক গোবিন্দ বসুমতাৰী, ইউ পি পি এলৰ এম চি এল এ সকল,লগতে সমৰ্থন জনোৱা বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ লোক সকল উপস্থিত থাকে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.