ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 22, 2022, 4:58 PM IST

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Top 10 at 5 pm
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

জোনাইত অন কেমেৰা বনদস্যুলৈ লক্ষ্য কৰি বনকৰ্মীৰ গুলীচালনা

জোনাইত কাঠৰ চোৰাং ব্যৱসায়ীলৈ লক্ষ্য কৰি বনবিভাগৰ গুলীচালনা (Firing at Jonai) ৷ চিয়াঙৰ বুকুৱেদি চোৰাংকৈ কাঠ নি থকা সময়ত সংঘটিত এই ঘটনা ৷ চোৰাং চিকাৰীৰ নাৱলৈ লক্ষ্য কৰি প্ৰায় ৬ জাই গুলীচালনা কৰে বন বিভাগৰ লোকে (Firing by forest guard at Jonai) ৷

জ্যোতি চিত্ৰবনত Audio visual hub মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জ্যোতি চিত্ৰবনত নতুনকৈ নিৰ্মাণ কৰা Audio visual hub টো মুকলি কৰে (Audio visual hub inauguration in Jyoti chitraban )।

ত্ৰিপুৰাৰ মন্ত্ৰীসকলে যুৱচামক হিংসাত্মক কাৰ্যৰ বাবে হেঁচা দিয়াৰ অভিযোগ মাণিক সৰকাৰৰ

নিবনুৱা যুৱকসকলক হিংসাত লিপ্ত হ'বলৈ হেঁচা দিয়াৰ বাবে ৰাজ্যখনৰ কেবিনেট মন্ত্ৰীসকলৰ এটা অংশক তীব্ৰ সমালোচনা কৰে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে (former Chief Minister of Tripura Manik Sarkar) । লগতে ঘৰবোৰত হোৱা আক্ৰমণক 'ৰাজনৈতিক ডকাইতি' বুলি অভিহিত কৰে (Manik Sarkar termed attacks on houses Political Dacoity)।

অভিভাৱকসকলৰ বাবে গুগলৰ সকিয়নি, নিজ সন্তানৰ ফটো তোলোতে সাৱধান হওক

এতিয়াৰ পৰা যিসকল অভিভাৱকৰ ফোন অথবা গুগল একাউণ্ট তথা গেলাৰীত নিজ শিশুৰ নগ্ন অথবা আপত্তিজনক ফটো থাকে সেইসমূহ একাউণ্ট অথবা ফোনত গুগলে কঠোৰ নজৰ ৰখাৰ লগতে একাউণ্টসমূহ বন্ধ কৰি দিয়া হ’ব (potential abuse over nude photos of kids )৷

অৰুণাচল প্ৰদেশৰ নামচাইত প্ৰদৰ্শিত অখ্যাত নায়কৰ কাহিনী

অৰুণাচল প্ৰদেশৰ নামচাইত 'কেডেন্স' (Kadanse in Arunachal Pradesh Namsai) নামৰ এক অনুষ্ঠানত, 'চৌফা-প্লেং-লু : দ্য শদিয়া গোঁহাই', 1839 চনৰ টাই খামতি বিদ্ৰোহৰ কাহিনী আজাদী কা অমৃত মহোৎসৱ (Azadi ka Amrit Mahotsav) উদযাপনৰ অংশ হিচাবে প্ৰদৰ্শন আৰু ৰিকেন নগলৰ দ্বাৰা পৰিচালিত অৰুণাচলৰ অখ্যাত নায়কসকলক স্বীকৃতি প্ৰদান কৰা হয় ।

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ পৰা ধন লোৱা 2 টেকনিচিয়ানক নিলম্বন

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিটি স্কেনৰ নামত দালালি (Lakhimpur medical college controversy) ৷ চিটি স্কেনৰ নামত ৰোগীৰ পৰা 1600 টকা লৈ 2 টেকনিচিয়ানে হ’বলগীয়া হ’ল নিলম্বন (Technicians suspended LMCH for taking money)৷

১৩ কোটি টকা খৰছৰ পিছতো নিশা অন্ধকাৰত ডুব যায় গুৱাহাটী

উন্নয়ণৰ শ্লোগানেৰে স্মাৰ্ট চিটি গঢ়াৰ সংকল্প লোৱা চৰকাৰৰ উন্নয়ণ ফ্লপ শ্ব'ত পৰিণত(Many problems of Guwahati have not been solved)। কোটি কোটি টকা খৰছ কৰাৰ পাছতো নজ্বলে গুৱাহাটী মহানগৰীৰ ষ্ট্ৰীট লাইট(Even after spending crores of rupees street lights donot go on) । যাৰ ফলত সঘনে সংঘটিত হৈছে বহু পথ দুৰ্ঘটনা ।

নাহৰকটীয়াত কংগ্ৰেছৰ লগতে জাতীয় পৰিষদৰ নেতাই পিন্ধিলে গেৰুৱা বসন

ৰাজ্য়ৰ বিভিন্ন জিলাত চলিছে কেইবাটাও ৰাজনৈতিক দলৰ যোগদান কাৰ্যসূচী। ইয়াৰ মাজতে নাহৰকটীয়াত কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ নেতাই পিন্ধিলে গেৰুৱা বসন(BJP joining Program in Naharkatia)। সমষ্টিটোৰ জয়পুৰত দেওবাৰে অনুষ্ঠিত হ'ল বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী। দলীয় ভেঁটি শক্তিশালী কৰিবলৈ তৎপৰতাৰে কাম কৰিছে বিজেপিয়ে।

যমজ সন্তানৰ আগমণ ঘটিল গায়ত্ৰী মহন্ত আৰু পৱিত্ৰ মাৰ্ঘেৰিটাৰ জীৱনলৈ

মোহময়ী অভিনেত্ৰী গায়ত্ৰী মহন্ত আৰু সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ জীৱনলৈ আহিল সুখৰ বতৰা ৷ পূৰ্বতে এটি সন্তান থকা পিতৃ-মাতৃ দুয়োৱে এইবাৰ লাভ কৰিলে যমজ সন্তানৰ আশীৰ্বাদ (Pabitra Margherita Gayatri Mahanta latest news) ৷

গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ দাক্ষিণাত্যৰ জনপ্ৰিয় তাৰকা কনিষ্ঠ এন টি আৰৰ

মুনুগোডুত ৰাজহুৱা সভা সমাপ্ত কৰিয়েই হায়দৰাবাদত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shan in Hyderabad)৷ তেলেগু দেশম পাৰ্টিৰ (টিডিপি) প্ৰতিষ্ঠাপক এন টি ৰামা ৰাওৰ নাতি দাক্ষিণাত্যৰ জনপ্ৰিয়া তাৰকা জুনিয়ৰ এন টি আৰক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Junior NTR met Union Home Minister Amit Shah)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.