ETV Bharat / state

ধোৱাচাঙত চিৰাঙৰ "অটল অমৃত যোজনা"

চিৰাঙত স্বাস্থ্য বিভাগৰ কন্দ্ৰীয় চৰকাৰৰ বিশেষ আঁচনি "অটল অমৃত যোজনা" ধোৱাচাঙত । জিলাখনত এতিয়ালৈ মাত্ৰ ২১৩৮ জন ৰোগী পঞ্জিয়ন অটল অমৃত যোজনাত। সজাগতাৰ অভাৱত আঁচনিখনৰ সুবিধা গ্ৰহনৰ পৰা বঞ্জিত দৰিদ্ৰ ৰোগীসকল ।

চিৰাং
ধোৱাচাঙত চিৰাঙৰ "অটল অমৃত যোজনা"
author img

By

Published : Feb 12, 2020, 7:50 PM IST

চিৰাং, 12 ফেব্ৰুৱাৰীঃ চিৰাং জিলাত সজাগতাৰ অভাৱত ধোৱাচাঙত স্বাস্থ্য বিভাগৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি "অটল অমৃত যোজনা" । বিগত ২০১৮ চনৰ এপ্ৰিল মাহতে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা আঁচনিখন চিৰাং জিলাত বৰ্তমানেও অৱহেলিত ।

ধোৱাচাঙত চিৰাঙৰ "অটল অমৃত যোজনা"

সজাগতাৰ অভাৱত জিলা খনত এতিয়ালৈ মাত্ৰ ২১৩৮ গৰাকী হিতাধিকাৰীহে অটল অমৃত যোজনাত পঞ্জীয়ন কৰিলে যদিও কি কামত সেৱা ব্যৱহাৰ কৰে সেয়াও নাজানে । জিলাখনৰ সদৰ জেএচবি অসামৰিক চিকিৎসালয়ত এই অটল অমৃত যোজনাৰ এটা কাউন্টাৰ আছে যদিও উপলব্ধ হৈ উঠা নাই চিকিৎসাৰ কোনো ব্যৱস্থা । ৰোগী আহিলেই প্ৰেৰণ কৰে বাহিৰলৈ। অমৃত ফাৰ্মাচী এখন আছে যদিও সেয়া বন্ধ হৈ থকা দেখিবলৈ পোৱা যায় ।

ধোৱাচাঙত চিৰাঙৰ "অটল অমৃত যোজনা"

আৰু পঢ়কঃ পুনৰ বৃদ্ধি হ’ল ৰাজ্যসাহায্য বিহীন চিলিণ্ডাৰৰ দাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.