ETV Bharat / state

বঙাইগাঁৱত পুত্ৰৰ হাতত মৃত্যু পিতৃৰ - বঙাইগাঁৱত পুত্ৰৰ হাতত মৃত্যু পিতৃৰ

বঙাইগাঁৱৰ বিদ্যাপুৰৰ দুৰ্গামাৰীত পুতেকে হানিখুচি হত্যা কৰিলে পিতৃক । পিতৃক হত্যা কৰি থানাত আত্মসমৰ্পন কুালাংগাৰ পুত্ৰৰ ।

বঙাইগাঁও
বঙাইগাঁৱত পুত্ৰৰ হাতত মৃত্যু পিতৃৰ
author img

By

Published : Feb 16, 2020, 8:23 PM IST

বঙাইগাঁও, 16 ফেব্ৰুৱাৰীঃ বঙাইগাৱঁৰ দূৰ্গামাৰীত হত্যাকাণ্ড ৷ পুত্ৰই হত্যা কৰিলে পিতৃক ৷ চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে নবাব আলী(60) নামৰ লোক জনক ৷ পিতৃক হত্যা কৰি থানাত আত্মসমৰ্পন কৰাৰ পাচতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পুত্ৰ আলী হুছেইনক ৷

বঙাইগাঁৱত পুত্ৰৰ হাতত মৃত্যু পিতৃৰ

উল্লেখ্য যে, আলী হুছেইন নামৰ ব্যক্তিগৰাকীয়ে দেওবাৰে পুৱা খেতি পথাৰৰ পৰা ঘৰলৈ আহি থকা পথত আগভেটি ধৰি হত্যা কৰে নিজৰ পিতৃক ৷ বিদ্যাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিল মৃত ব্যাক্তিজন । কংগ্ৰেছৰ বৰ্ষীয়ান কৰ্মীৰ লগতে সমাজকৰ্মী আছিল পুত্ৰ হাতত মৃত্যু হোৱা নবাব আলী ।

বঙাইগাঁৱত পুত্ৰৰ হাতত মৃত্যু পিতৃৰ

বিদ্যাপুৰৰ সকলো জাতী-জনগোষ্টীৰ মাজত জনপ্ৰিয় আছিল ব্যাক্তিজন । এই হত্যাকাণ্ডৰ পিচতে সমগ্ৰ বিদ্যাপুৰতে শোঁকৰ ছা পৰিছে অঞ্চলজুৰি ।

আৰু পঢ়কঃ ৰোগীক কান্ধত কঢ়িয়াই অনা চিকিৎসক ডাঃ দুলেন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.