ETV Bharat / state

চিৰাঙৰ বিজনীত উদযাপন ৰাষ্ট্ৰীয় ডেংগু দিৱস - চিৰাং

চিৰাং জিলা স্বাস্থ্য সেৱা সমিতি আৰু জিলা মেলেৰীয়া নিয়ন্ত্ৰণ বিভাগৰ উদ্যোগত বিজনী তৰুণ দত্ত অতিথিশালাত উদযাপন ৰাষ্ট্ৰীয় ডেংগু দিৱস ৷

চিৰাঙৰ বিজনীত উদযাপন ৰাষ্ট্ৰীয় ডেংগু দিৱস
author img

By

Published : May 16, 2019, 9:06 PM IST

চিৰাং, 16 মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চিৰাঙৰ বিজনীত বৃহস্পতিবাৰে পালন কৰা হয় ৰাষ্ট্ৰীয় ডেংগু দিৱস ৷ চিৰাং জিলা স্বাস্থ্য সেৱা সমিতি আৰু জিলা মেলেৰীয়া নিয়ন্ত্ৰণ বিভাগৰ উদ্যোগত বিজনীৰ তৰুণ দত্ত অতিথিশালাত অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় ডেংগু দিৱস ৷ এই উপলক্ষে অনুষ্ঠিত সজাগতা সভাত পৌৰহিত্য কৰে বিজনী নগৰ সমিতিৰ সভাপতি ৰমাকান্ত বসুমতাৰীয়ে ৷

চিৰাং জিলাৰ জিলা সহকাৰী বিষয়া ৰবীন বড়োই উদ্দেশ্য কৰা সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক দ্বিজেন্দ্ৰ ৰামছিয়াৰীয়ে ডেংগু ৰোগ প্ৰতিৰোধৰ বাবে ল'বলগীয়া সজাগতা সম্পৰ্কে আলোচনা আগবঢ়ায় ৷ সভাত জিলা সদৰ কাজলগাঁও জ্যেষ্ঠ চিকিৎসা বিষয়া ৰঞ্জিত মৌপিয়া, বল্লামগুৰি স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ বিষয়া ডা: ৰাজু কুমাৰ দাসে ডেংগু ৰোগৰ লক্ষণ, ইয়াৰ বাবে ল'বলগীয়া সাৱধানতা সম্পৰ্কে অৱগত কৰে ৷

চিৰাঙৰ বিজনীত উদযাপন ৰাষ্ট্ৰীয় ডেংগু দিৱস

সভাত বিপিএফ নেতা প্ৰভাত বসুমতাৰীয়ে বিজনী নগৰৰ স্বচ্ছতা ৰখাত গুৰুত্ব প্ৰদান কৰি ভাষণ প্ৰদান কৰে ৷ এই সজাগতা সভাত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, নাৰ্চ, আশা কৰ্মী ৷

Slug : As_Chg_16th May_815_Chirang national Dengue day observe_vis & byt_Abdul Maleque Ahmed. 

Viz Send by ftp. 

চিৰাঙৰ বিজনীত ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন।

চিৰাং জিলাৰ বিজনী চহৰত আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস উদযাপন কৰা হয় ৷ চিৰাং জিলা স্বাস্থ্য সেৱা সমিতি আৰু জিলা মেলেৰীয়া নিয়ন্ত্ৰণ বিভাগৰ উদ্যোগত বিজনী তৰুণ দত্ত অতিথিশালাত এই উপলক্ষে অনুষ্ঠিত দিৱসৰ সজাগতা সভাত পৌৰহিত্য কৰে বিজনী নগৰ সমিতিৰ সভাপতি ৰমাকান্ত বসুমতাৰীয়ে ৷ চিৰাং জিলাৰ জিলা  সহকাৰী বিষয়া ৰবীন বড়োই উদ্দেশ্য কৰা সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক দ্বিজেন্দ্ৰ ৰামছিয়াৰীয়ে ডেংগু ৰোগ প্ৰতিৰোধৰ বাবে ল'বলগীয়া সজাগতা সম্পৰ্কে আলোচনা আগবঢ়ায় ৷ সভাত জিলা সদৰ  কাজলগাঁও জ্যেষ্ঠ চিকিৎসা বিষয়া ৰঞ্জিত মৌপিয়া, বল্লামগুৰি স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ বিষয়া ডা° ৰাজু কুমাৰ দাসে ডেংগু ৰোগৰ লক্ষণ, ইয়াৰ বাবে ল'বলগীয়া সাৱধানতা সম্পৰ্কে অৱগত কৰে ৷ সভাত  বিপিএফ নেতা প্ৰভাত বসুমতাৰীয়ে বিজনী নগৰৰ স্বচ্চতা ৰখাত গুৰুত্ব প্ৰদান কৰি ভাষণ প্ৰদান কৰে ৷ দিৱসৰ সজাগতা সভাত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, নাৰ্চ, আশা কৰ্মী উপস্থিত থাকে ৷

বাইট : স্বাস্থ্য বিভাগৰ লোক । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.