ETV Bharat / state

বঙাইগাঁৱৰ বইটামাৰীত পথ সজাগতা সভা

বঙাইগাঁও জিলাৰ বইটামাৰীত অনুষ্ঠিত হোৱা এই পথ সজাগতা সভাত বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল , উপ আৰক্ষী অধীক্ষক মৈত্ৰী ডেকা , উত্তৰ শালমাৰা মহকুমাধিপতি মেঘনিধি দাহাল , জিলা পৰিবহন বিষয়া ভাস্কৰ জ্যোতি দত্তকে ধৰি আন বিষয়াবৰ্গ উপস্থিত থাকি ৰাইজক দুৰ্ঘটনা ৰোধৰ বাবে সজাগ আৰু সতৰ্ক হোৱাৰ আহ্বান জনায়

বঙাইগাঁৱৰ বইটামাৰীত পথ সজাগতা সভা
author img

By

Published : Mar 30, 2019, 4:22 PM IST

বঙাইগাঁও,৩০ মাৰ্চ : শনিবাৰে বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আৰু জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত আয়োজিত হয় এক পথ সজাগতা সভা আয়োজিত হয় ।

বঙাইগাঁৱৰ বইটামাৰীত পথ সজাগতা সভা

বঙাইগাঁও জিলাৰ বইটামাৰীত অনুষ্ঠিত হোৱা এই পথ সজাগতা সভাত বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল , উপ আৰক্ষী অধীক্ষক মৈত্ৰী ডেকা , উত্তৰ শালমাৰা মহকুমাধিপতি মেঘনিধি দাহাল , জিলা পৰিবহন বিষয়া ভাস্কৰ জ্যোতি দত্তকে ধৰি আনবিষয়াবৰ্গ উপস্থিত থাকি ৰাইজক দুৰ্ঘটনা ৰোধৰ বাবে সজাগ আৰু সতৰ্ক হোৱাৰ আহ্বান জনায় ।

Slug : A_Chirang_30th Mar_809 & 810_Bongaigaon Road safety_vis & byt_Abdul Maleque Ahmed. 

Send by ftp
 
বঙাইগাঁও জিলাৰ বইটামাৰীত পথ সজাগত সভা ৷ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আৰু জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত আয়োজিত হয় এই পথ সজাগতা সভা ৷ বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল , উপ আৰক্ষী অধীক্ষক মৈত্ৰী ডেকা , উত্তৰ শালমাৰা মহকুমাধিপতি মেঘনিধি দাহাল , জিলা পৰিবহন বিষয়া ভাস্কৰ জ্যোতি দত্ত প্ৰমূখ্য বিষয়াবৰ্গ উপস্থিত থাকি ৰাইজক দুৰ্ঘটনা ৰোধৰ বাবে সজাগ আৰু সতৰ্ক হোৱাৰ আহ্বান জনায় ৷

Bite জিলা পৰিবহন বিষয়া

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.