ETV Bharat / state

চিদলীত নিৰ্দলীয় প্ৰাৰ্থী জেছায়া চাম্প্ৰামাৰীৰ মনোনয়ন দাখিল - চিদলীত নিৰ্দলীয় প্ৰাৰ্থী জেছায়া চাম্প্ৰামাৰীৰ মনোনয়ন দাখিল

প্ৰায় এহেজাৰ সমৰ্থকক লগত লৈ চিৰাং জিলাৰ ৩১ নং চিদলী(এছটি) বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী জেছায়া চাম্প্ৰামাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

চিদলীত নিৰ্দলীয় প্ৰাৰ্থী জেছায়া চাম্প্ৰামাৰীৰ মনোনয়ন দাখিল

author img

By

Published : Mar 17, 2021, 5:45 PM IST

চিৰাং,১৭ মাৰ্চ: চিৰাং জিলাৰ ৩১ নং চিদলী(এছটি) বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী জেছায়া চাম্প্ৰামাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । ঢোলে-ডগৰে নাচি-বাগি বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰায় এহেজাৰ লোকক লগত লৈ চিৰাং জিলাৰ উপায়ুক্ত তথা চিদলী সমষ্টিৰ নিৰ্বাচনী বিষয়া গৌতম তালুকদাৰৰ ওচৰত মনোনয়ন দাখিল কৰে প্ৰাৰ্থী গৰাকীয়ে ।

মনোনয়ন দাখিল কৰি নিৰ্দলীয় প্ৰাৰ্থী জেছায়া চাম্প্ৰামাৰীয়ে কয় যে, বিগত সময়ত চন্দন ব্ৰহ্মই সমষ্টিটোৰ কোনো উন্নয়নৰ কাম নকৰাৰ বাবে ৰাইজৰ সমৰ্থন মৰ্মে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহিছে প্ৰাৰ্থীগৰাকী ।

চিদলীত নিৰ্দলীয় প্ৰাৰ্থী জেছায়া চাম্প্ৰামাৰীৰ মনোনয়ন দাখিল
চিদলীত নিৰ্দলীয় প্ৰাৰ্থী জেছায়া চাম্প্ৰামাৰীৰ মনোনয়ন দাখিল

প্ৰথমতে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থিত্ব বিচাৰিছিল যদিও বিপিএফৰ সৈতে মিত্ৰতা থকা বুলি গম পোৱাৰ পিছত প্ৰাৰ্থিত্ব গ্ৰহণ নকৰি নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অহাৰ কথা উল্লেখ কৰে চাম্প্ৰামাৰীয়ে ।

লগতে পঢ়ক: বৰপেটাত মনোৰঞ্জন তালুকদাৰৰ মনোনয়ন দাখিল

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.