ETV Bharat / state

জৱাহৰ নবোদয় বিদ্যালয়ৰ হোষ্টেলত ছাত্ৰক মাৰধৰ জ্যেষ্ঠ ছাত্ৰৰ - চিৰাং

একাদশ/দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকলে ছিগাৰেট খোৱা কথা শিক্ষকক কৈ দিয়াৰ সন্দেহতে বেয়াকৈ মাৰপিট কৰে সপ্তম শ্ৰেণীৰ 12 জন ছাত্ৰ ক্ৰমে ৰিয়াজ চৰকাৰ, আশিক আফ্ৰিদি,ছনু স্বৰ্গীয়াৰী,ববিদুল ইচলাম,মিন্টু ব্ৰহ্ম,ৰিজুমনি ভৌমিক,ইলিয়াচ আলী সেখ,দ্বিপৰাজ ৰয়,জনছন হাজোৱাৰী,ৰাজিভ চৰকাৰ, অংকুৰ মৈত্ৰি, আৰু ছলিড বসুমতাৰীক ।

জৱাহৰ নবোদয় বিদ্যালয়ৰ হোষ্টেলত ছাত্ৰক মাৰধৰ জ্যেষ্ঠ ছাত্ৰৰ
author img

By

Published : Mar 28, 2019, 10:58 PM IST

চিৰাং,28 মাৰ্চ : চিৰাঙৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ হোষ্টেলত ছাত্ৰৰ মাজত সংঘাত ৷ সপ্তম শ্ৰেণীৰ 12 জনকৈ ছাত্ৰক তিনি ঘন্টা ধৰি মাৰপিট কৰে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰই ৷

একাদশ/দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকলে ছিগাৰেট খোৱা কথা শিক্ষকক কৈ দিয়াৰ সন্দেহতে বেয়াকৈ মাৰপিট কৰে সপ্তম শ্ৰেণীৰ 12 জন ছাত্ৰ ক্ৰমে ৰিয়াজ চৰকাৰ, আশিক আফ্ৰিদি,ছনু স্বৰ্গীয়াৰী,ববিদুল ইচলাম,মিন্টু ব্ৰহ্ম,ৰিজুমনি ভৌমিক,ইলিয়াচ আলী সেখ,দ্বিপৰাজ ৰয়,জনছন হাজোৱাৰী,ৰাজিভ চৰকাৰ, অংকুৰ মৈত্ৰি, আৰু ছলিড বসুমতাৰীক । পৰীক্ষা চলি থকাৰ মাজতে যোৱা দেওবাৰে সংঘটিত হয় এই ঘটনা । লগে লগে কেইজনমান অভিভাৱকে আহি নিজৰ সন্তানক ভৰ্ত্তি কৰায় চিকিৎসালয়ত ।

জৱাহৰ নবোদয় বিদ্যালয়ৰ হোষ্টেলত ছাত্ৰক মাৰধৰ জ্যেষ্ঠ ছাত্ৰৰ

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এই জৱাহৰ নৱোদয় বিদ্যালয়ত মাজে মাজে সংঘটিত হৈ আহিছে এনেধৰণৰ ঘটনা ৷ উল্লেখ্য যে,বাসুগাঁৱৰ ৰঞ্চাইধামত থকা জৱাহৰ নৱোদয় বিদ্যালয়ত বিগত বৰ্ষত ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত্যুও হৈছিল । কিন্তু তাৰপাচতো গুৰুত্ব নাই বিদ্যালয় কৰ্তৃপক্ষৰ ।

Intro:এয়া চিৰাং জিলাৰ বিজনী স্থিত জৱাহৰ নবোদয় বিদ‍্যালয় ‌। বিদ‍্যালয় খনৰ সপ্তম মানৰ ১২ জনকৈ ছাত্ৰক হোষ্টেলত খুব বেয়াকৈ বিদ‍্যালয়ৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ সকলে মাৰপিট কৰিছে । কিন্ত কিয় কৰিলে এই ঘটনা শুনক ছাত্ৰ -শিক্ষক তথা অভিভাৱক সকলৰ মুখৰ পৰাই । বিদ্যালয় খনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ১২ জন ক্ৰমে ৰিয়াজ সৰকাৰ, আশিক আফ্ৰিদি,ছনু সৰ্গীয়াৰী,ববিদুল ইচলাম,মিন্টু ব্ৰহ্ম,ৰিজুমনি ভৌমিক,ইলিয়াচ আলী সেখ,দ্বিপৰাজ ৰয়,জনছন হাজোৱাৰী,ৰাজিভ সৰকাৰ, অংকুৰ মৈত্ৰি, আৰু ছলিড বসুমতাৰী । যি কলে ছাত্ৰ সকলে সেয়া শুনিলে আপোনাৰ গাৰ নোম সিয়ৰি উঠিব । একাদশ/দ্বাদশ শ্ৰেণীৰ ছাত্ৰ সকলে ছিগাৰেট খায় আৰু সেই লৈ সন্দেহ যে শিক্ষকক কৈ দিয়েই নেকি ? সেই সন্দেহতে এই ১২ জন ছাত্ৰক মাতি লৈ ঈমানেই মাৰিলে যে প্ৰশ্ৰাব কৰি দিব লগীয়া হৈছে । তিৰ পিচতো মাৰপিট চলিয়ে থাকিল, ভূক্ত ভোগী ছাত্ৰ কেইজনে কোৱা মতে তিনি ঘন্টা সময় মাৰপিট কৰিলে । পৰিক্ষা চলি থকাৰ মাজতে যোৱা দেউবাৰে সংঘটিত হয় এই ঘটনা । লগে লগে কেইজন মান অভিভাৱকে আহি নিজৰ সন্তানক চিকিসালয়ত ভৰ্তি কৰিব লগীয়া হয় । বিদ‍্যালয় খনৰ মেডিকেল অফিচাৰ জনে কি কলে শুনিলে বুজিব নিশ্চয় । মাজে মাজেই বিদ‍্যালয় খনত এই ধৰনৰ ঘটনা ঘটিয়ে থাকে তাৰ পিচতো বিদ‍্যালয়ৰ অধ‍্যক্ষ আদেশ কুমাৰ শৰ্মা ৰ কথা শুনক কিমান সাধাৰণ ভাৱেই কৈ গল যেন একো হোৱাই নাই ।

সাধাৰনতে জৱাহৰ নবোদয় বিদ‍্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে মোবাইল,ছাইকেল আদি লব নোৱাৰে যদিও বিদ‍্যালয় খনত সকলো চলি আছে । হোষ্টেল সমূহত যদিও একোজন কৈ ৱাৰ্ডেন থাকে সেয়াও নাম মাত্ৰহে ।

কেন্দ্ৰীয় চৰকাৰৰ অধিনৰ এই জৱাহৰ নৱোদয় বিদ‍্যালয়ত মাজে মাজেই এই ধৰনৰ ঘটনা সংঘটিত হয়,এনেকি বাসুগাঁওৰ ৰঞ্চাইধামত থকা জৱাহৰ নৱোদয় বিদ‍্যালয়ত যোৱা বছৰ ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত‍্যুয়ো হৈছিল। তাৰ পিচতো গুৰুত্ব নাই বিদ‍্যালয় কতৃপক্ষৰ ।

বাইট : অভিভাৱক,ছাত্ৰ,অধ‍্যক্ষৰ বাইট দিলো ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : অভিভাৱক,ছাত্ৰ,অধ‍্যক্ষৰ বাইট দিলো ।

Conclusion:কেন্দ্ৰীয় চৰকাৰৰ অধিনৰ এই জৱাহৰ নৱোদয় বিদ‍্যালয়ত মাজে মাজেই এই ধৰনৰ ঘটনা সংঘটিত হয়,এনেকি বাসুগাঁওৰ ৰঞ্চাইধামত থকা জৱাহৰ নৱোদয় বিদ‍্যালয়ত যোৱা বছৰ ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত‍্যুয়ো হৈছিল। তাৰ পিচতো গুৰুত্ব নাই বিদ‍্যালয় কতৃপক্ষৰ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.