চিৰাং, 29 মে' : চিৰাঙৰ ৰুনিখাতাত মঙলবাৰে সংঘটিত নাবালিকা ধৰ্ষণৰ কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ আক্ৰাছুৰ । বুধবাৰে চিদলী আঞ্চলিক আক্ৰাছুৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে অপৰাধীৰ কোনো জাতি-ধৰ্ম নাথাকে বুলি মন্তব্য কৰি দোষী ৰঞ্জন নাৰ্জাৰী (৪৫)ক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে ৷ ৰুনিখাতাৰ ঘটনাক লৈ যাতে কোনেও সাম্প্ৰদায়িক মনোভাৱ নলয় তাৰ বাবেও ৰাইজক আহ্বান জনায় আক্ৰাছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।
ৰুনিখাতাৰ নাবালিকা ধৰ্ষণ: দোষীক ফাঁচীৰ দাবী আক্ৰাছুৰ
মঙলবাৰে ৰুনিখাতাত সংঘটিত ধৰ্ষণ কাণ্ডক লৈ সৰৱ আক্ৰাছু ৷ সংবাদমেলযোগে দোষী ৰঞ্জন নাৰ্জাৰী (৪৫)ক ফাঁচী দিয়াৰ দাবী উত্থাপন সংগঠনটোৰ ৷
দোষীক ফাঁচী দিয়াৰ দাবী আক্ৰাছুৰ
চিৰাং, 29 মে' : চিৰাঙৰ ৰুনিখাতাত মঙলবাৰে সংঘটিত নাবালিকা ধৰ্ষণৰ কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ আক্ৰাছুৰ । বুধবাৰে চিদলী আঞ্চলিক আক্ৰাছুৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে অপৰাধীৰ কোনো জাতি-ধৰ্ম নাথাকে বুলি মন্তব্য কৰি দোষী ৰঞ্জন নাৰ্জাৰী (৪৫)ক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে ৷ ৰুনিখাতাৰ ঘটনাক লৈ যাতে কোনেও সাম্প্ৰদায়িক মনোভাৱ নলয় তাৰ বাবেও ৰাইজক আহ্বান জনায় আক্ৰাছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।
Intro:চিৰাং জিলাৰ ৰুনিখাতাত যোৱাকালি সংঘটিত হোৱা নাবালিকা ধৰ্ষনৰ ঘটনাৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰে আক্ৰাছুয়ে সংবাদ মেল পাতি । আজি চিদলী আঞ্চলিক আক্ৰাছুৰ কাৰ্যালয়ত অনুষ্টিত সংবাদ মেল অনুষ্ঠিত কৰি আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে অপৰাধীৰ কোনো জাতী ধৰ্ম নাথাকে । গতিকে ৰুনিখাতা ৰ ঘটনাক লৈ যাতে কোনেও সাম্প্ৰদায়িক মনোভাৱ নলয় তাৰ বাবেও আহ্বান জনায় । সকলোকে চিৰাঙৰ এই শিশু কন্যা ধৰ্ষন কাণ্ডৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ।
সংবাদ মেল।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।
Body:সংবাদ মেল।
Conclusion:সংবাদ মেল।
সংবাদ মেল।
চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।
Body:সংবাদ মেল।
Conclusion:সংবাদ মেল।