ETV Bharat / state

চিৰাঙত পথ দুৰ্ঘটনাঃ 2 আহত

নম্বৰ বিহীন স্কুটিৰে দ্ৰুতগতিত আহি থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ভেনত

author img

By

Published : Jul 31, 2019, 6:47 PM IST

চিৰাঙত পথ দুৰ্ঘটনাঃ 2 আহত
  • চিৰাঙত ভয়াবহ পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত স্কুটী আৰোহী দুই যুৱতী
  • বৈখুনগাঁৱৰ 31 নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হয় দুৰ্ঘটনাটো
  • নম্বৰ বিহীন স্কুটিৰে দ্ৰুতগতিত আহি থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ভেনত
  • আহত দুই যুৱতীৰ নাম ক্ৰমে বেংতলৰ সুস্মিতা বসুমতাৰী আৰু টুক্ৰাঝাৰৰ কুঞ্জু বসুমতাৰী
  • বৰ্তমান কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি যুৱতী দুগৰাকী

Intro:চিৰাঙত ভয়াবহ পথ দুৰ্ঘটনা, স্কুটী আৰহি দুই যুৱতি গুৰুতৰ ভাৱে আহত ।

Body:চিৰাং জিলাৰ বৈখুনগাঁওৰ ৩১নং (চি ) ৰাষ্ট্ৰীয় ঘাই পথত ভয়ানক পথ দুৰ্ঘটনা । নম্বৰ হীন নতুন স্থুটীৰে দ্ৰুত গতিত বঙাইগাঁওৰ পৰা আহি থকা দুই যুৱতীয়ে পথেৰে গৈ থকা ভঙা-ছিঙা সামগ্ৰী কঢ়িওৱা ভেনত প্ৰচণ্ড যোৰে খুন্দিওৱাৰ ফলত ভয়ানক ভাৱে আহত হয় । আহত দুই যুৱতি ক্ৰমে বেংতলৰ সুস্মিতা বসুমতাৰী আৰু টুক্ৰাঝাৰৰ কুঞ্জু বসুমতাৰী বুলি চিনাক্ত । দুয়োকে তাৎক্ষনিক ভাৱে চিৰাং জিলা সদৰ কাজলগাঁওৰ জে এচ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি ।

Conclusion:দ্ৰুতগতিত স্কুটী চলাই নিয়ন্ত্ৰন হেৰুৱাই দুৰ্ঘটনাত পতিত হোৱা বুলি জনায় স্থানীয় লোকে ।।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.