ETV Bharat / state

তাহানিৰ ৰেডি'অৰ মৰ্য‍দা এতিয়াও বিদ‍্যমান ভিতৰুৱা গ্ৰামাঞ্চলত - চিৰাঙৰ দেউশ্ৰীত বহিঃবিশ্বৰ তথ্য আহৰণৰ একমাত্ৰ কায়দা এটা ৰেডিঅ'

চিৰাঙৰ দেউশ্ৰীত বহিঃবিশ্বৰ তথ্য আহৰণৰ একমাত্ৰ উপায় এটা ৰেডিঅ' ৷ দূৰদৰ্শন বা কম্পিউটাৰৰ কথা বাদেই , চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ অতিকে ভিতৰুৱা এই অঞ্চলটোত এতিয়াও উপলব্ধ হোৱা নাই বিদ‍্যুৎ সেৱা ।

Chirang Radio is not useless
তাহানিৰ ৰেডি'অৰ মৰ্য‍দা এতিয়াও বিদ‍্যমান ভিতৰুৱা গ্ৰামাঞ্চলত
author img

By

Published : May 12, 2020, 2:35 PM IST

চিৰাং, 12 মে' : ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাৰ এখন ভিতৰুৱা গাঁও দেউশ্ৰীৰ দৃশ‍্য এয়া ৷

Chirang Radio is not useless
তাহানিৰ ৰেডি'অৰ মৰ্য‍দা এতিয়াও বিদ‍্যমান ভিতৰুৱা গ্ৰামাঞ্চলত

এই গাঁওখনত বহিঃবিশ্বৰ তথ্য আহৰণৰ একমাত্ৰ কায়দা এটা ৰেডিঅ' ৷ দূৰদৰ্শন বা কম্পিউটাৰৰ কথা বাদেই , চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ অতিকে ভিতৰুৱা এই অঞ্চলটোত এতিয়াও উপলব্ধ হোৱা নাই বিদ‍্যুত সেৱা ।

লগতে পঢ়ক : যাত্ৰীবাহী ৰে'লৰ পুনৰ চলাচলৰ বাবে সম্পূৰ্ণ সাজু ভাৰতীয় ৰে'লৱে !

এটা ৰেডিঅ'ৰ কাষত জুম বান্ধি বাতৰি বা অন‍্যান‍্য মনোৰঞ্জনৰ অনুষ্ঠান উপভোগ কৰে গা‍ঁওবাসীয়ে । চহৰ অঞ্চলৰ মানুহৰ বাবে ৰেডি'অটো বৰ্তমান স্মৃতিত পৰিণত হৈছে যদিও এই ভিতৰুৱা অঞ্চলত ৰেডিঅ'টোৱেই ৰাইজৰ একমাত্ৰ সম্বল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.