ETV Bharat / state

বিজেপিলৈ মুকলি সমৰ্থন চিলাৰায় উন্নয়ন মঞ্চৰ

চিৰাঙত চিলাৰায় উন্নয়ন মঞ্চৰ সংবাদমেল ৷ নিৰ্বাচনত বিজেপি দললৈ মুকলি সমৰ্থন সংগঠনটোৰ ।

বিজেপিক সমৰ্থন দিব চিলাৰায় উন্নয়ণ মঞ্চই

author img

By

Published : Mar 31, 2021, 9:48 AM IST

চিৰাং,31 মাৰ্চ: মঙলবাৰে চিৰাঙত চিলাৰায় উন্নয়ন মঞ্চই সম্বোধন কৰে এক সংবাদমেল । মঞ্চৰ সভাপতি তথা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিক্ৰমজিৎ ৰায়ে সংবাদমেলখন সম্বোধন কৰে ।

বিজেপিলৈ মুকলি সমৰ্থন চিলাৰায় উন্নয়ন মঞ্চৰ

সংবাদমেলত মঞ্চৰ কেন্দ্ৰীয় সভাপতি বিক্ৰমজিৎ ৰায়ে জনায় যে, চলিত বিধানসভা নিৰ্বাচনত চিলাৰায় উন্নয়ন মঞ্চই বিজেপিৰ মিত্ৰজোঁট চৰকাৰক পূৰ্ণ সমৰ্থন আগবঢ়াইছে । যোৱা ১৫ বছৰে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে কোচ-ৰাজবংশী জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে একো নকৰিলে ৷ কিন্তু বিজেপি মিত্ৰজোঁট চৰকাৰে কোচ-ৰাজবংশীৰ উন্নয়নৰ কাৰণে যি KAC আৰু KRDC গঠন কৰি দিলে, তাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে মঞ্চই ৷ লগতে কোচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা সমাধান কৰাৰ কাৰণে চৰকাৰক আহ্বান জনায় ৷ এইবাৰ নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁট চৰকাৰক ভোট দি জয়যুক্ত কৰিবলৈ কোঁচ-ৰাজবংশী ৰাইজক আহ্বান জনাই চিলাৰায় উন্নয়ন মঞ্চৰ কেন্দ্ৰীয় সভাপতি বিক্ৰমজিৎ ৰায়ে ৷

লগতে পঢ়কঃ চিদলীত প্ৰমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.