ETV Bharat / state

চিৰাঙত বি পি এফৰ সভাত অভাৱনীয় পৰিস্থিতি - চিৰাং বিপিএপ সভা

বৰষুণৰ বাবে দৌৰি পলাল সাধাৰণ ৰাইজ

চিৰাং ধুমুহা
author img

By

Published : Mar 26, 2019, 11:46 PM IST

চিৰাং, 26 মাৰ্চঃ চিৰাঙৰ কাশীকত্ৰাত বি পি এফৰ সভাত উদ্ভৱ হয় অভাৱনীয় পৰিস্থিতি ৷ প্ৰকৃতিৰ ৰুষ্ট ৰূপৰ ওচৰত সেঁও মানি সভাস্থলীৰ পৰা দৌৰি দৌৰি পলায়ন কৰে সাধাৰণ জনতা ৷

চিৰাং ধুমুহা

উল্লেখ্য মঙলবাৰে দিনৰ ভাগত অহা এজাক ধুমুহা বতাহে নামনি অসমৰ বিভিন্ন স্থানত আহুকলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে বিভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন হয় ৷ তেনে এক পৰিস্থিতি উদ্ভৱ হয় চিৰাঙৰ কাশীকত্ৰাত ৷ আচলতে বিপিএফ দলে আয়োজন কৰা এখন সাধাৰণ সভাত ভাগ ল'বলৈ আহিছিল বহুসংখ্যক লোক ৷ কিন্তু হঠাতে অহা এজাক ধুমুহা বৰষুণে সকলোতে খেলিমেলিৰ সৃষ্টি কৰে ৷ ফলত সভাস্থলীৰ পৰাই এইদৰে দৌৰি দৌৰি নিৰাপদ স্থানলৈ পলায়ন কৰে এইসকল জনতাই ৷

Slug _ A_Chirang_26th Mar_807_Chirang Public flee from BPF meeting visuals_vis_Abdul Maleque Ahmed. 

Send by mail. 

এয়া কোনো ৰনক্ষেত্ৰ নহয় কিন্ত তাৰ পিচতো লোকসকলে দৌৰি পলাবলগীয়া হৈছে কিন্ত কিয় ? ছাওক আমাৰ প্ৰতিবেদন । আচলতে এইসকল লোকে চিৰাঙৰ কাশীকত্ৰাত বিপিএফ দলৰ নিৰ্বাচনী সভালৈ আহিছিল । কিন্ত এনে অৱস্থাত হঠাতেই অহা ধুমুহা বৰষুনৰ বাবে দৌৰি দৌৰি সভাথলি ত্যাগ কৰিছে এই সকল লোকে । দিনতে যেন ৰাতিৰ দৰে পৰিৱেশ হৈছিল, ধুমুহা বৰষুনে সকলো তিয়াই পেলোৱাৰ লগতে বিদ্ধস্থ কৰিলে বিপিএফৰ নিৰ্ব্বাচনী সভাৰ পেণ্ডেল । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.