ETV Bharat / state

বিজনীত উপস্থিত নেপালৰ কোচ ৰাজবংশী পৰ্যটক

author img

By

Published : Oct 16, 2019, 11:53 PM IST

ঐতিহাসিক বিজনী ৰাজ্যৰ ৰজা বিজিত নাৰায়নে স্থাপন কৰা ঐতিহ্যমণ্ডিত বিজনীৰ শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ দৰ্শন কৰি নেপালৰ ৰাজবংশী সমাজ বিকাশ কমিটী নামৰ সংস্থাটোৰ পৰ্যটকসকলে কোচ ৰাজবংশী জনগোষ্ঠী,কোচৰজাৰ ইতিহাস আৰু কোচ ৰজাই স্থাপন কৰি যোৱা কীৰ্তি চিহ্ন সমূহ দৰ্শন আৰু অধ্যয়ন কৰাৰ বাবে এই যাত্ৰা কৰিছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।

বিজনীত উপস্থিত নেপালৰ কোচ ৰাজবংশী পৰ্যটক

চিৰাং, ১৬ অক্টোবৰঃঐতিহাসিক শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ দৰ্শনৰ উদ্দেশ্যে চিৰাঙৰ বিজনীত উপস্থিত হয় নেপালৰ কোচৰাজবংশী পৰ্যটকৰ এটা দল ৷ প্ৰাচীন কোচ ৰজাৰ কীৰ্তি চিহ্ন সমূহ দৰ্শন কৰিবলৈ অসমলৈ আহিছে দলটোৰ । চিৰাং জিলাৰ সদৰ কাজলগাঁওত মন্ত্ৰী চন্দন ব্ৰহ্মই বুধবাৰে উদ্ধোধন কৰ ঐতিহাসিক মন্দিৰটোত অনুষ্ঠিত হোৱা মেলাখন ৷ নেপালৰ পৰা অহা কোচৰাজবংশী পৰ্যটকৰ দলটোৱে মঙলবাৰে নিশা ঐতিহাসিক বিজনী চহৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী লক্ষী মন্দিৰ দৰ্শন কৰাৰ লগতে মেলা মহোৎসৱ পৰিদৰ্শন কৰে । দুদিন পূৰ্বে নেপালৰ পৰা অহা ১৬ জনীয়া কোচ ৰাজবংশী পৰ্যটকৰ দলটোৱে কোচ ৰজাই স্থাপন কৰা পশ্চিমবংগৰ কোচ বিহাৰৰ ৰাজবাৰী,অসমৰ বগৰিবাৰীৰ মহামায়া পীঠ,কোকৰাঝাৰৰ পাগলাটেক আদি কীৰ্তি চিহ্ন সমূহ দৰ্শন কৰি আহি বিজনী চহৰত উপস্থিত হয় ।

ঐতিহাসিক বিজনী ৰাজ্যৰ ৰজা বিজিত নাৰায়নে স্থাপন কৰা ঐতিহ্যমণ্ডিত বিজনীৰ শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ দৰ্শন কৰি নেপালৰ ৰাজবংশী সমাজ বিকাশ কমিটী নামৰ সংস্থাটোৰ পৰ্যটকসকলে কোচৰাজবংশী জনগোষ্ঠী,কোচৰজাৰ ইতিহাস আৰু কোচ ৰজাই স্থাপন কৰি যোৱা কীৰ্তি চিহ্ন সমূহ দৰ্শন আৰু অধ্যয়ন কৰাৰ বাবে এই যাত্ৰা কৰিছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে । দলটোৱে বিজনীৰ পৰা পৰৱৰ্তী সময়ত মেঘালয়লৈ ভ্ৰমণ কৰিব বুলি প্ৰকাশ কৰে৷

ইপিনে আজি চিৰাং জিলা সদৰ কাজলগাঁওতো ৫৮ সংখ্যক লক্ষ্মী মেলাৰ শুভ উদ্ধোধন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই । এই মেলাই অঞ্চলটোৰ জনসাধাৰণৰ মাজত ভাতৃত্ববোধ বৃদ্ধি কৰাৰ লগতে আৰ্থিক দিশতো উন্নয়ন আনিব বুলি কয় মন্ত্ৰীজনে । উল্লেখ্য যে চিৰাং জিলাৰ কাজলগাঁও আৰু বিজনীত ১২ দিনীয়া এই লক্ষ্মী পূজাৰ মেলাই জিলাখনলৈ সকলো জাতি,ধৰ্ম তথা জনগোষ্ঠীৰ লোকৰ মাজত ভাতৃত্ব বোধৰ সৃষ্টি কৰিব বুলি আশা কৰিছে সকলোৱে ।

Intro:চিৰাঙৰ বিজনীত ঐতিহাসিক শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ দৰ্শন নেপালৰ কোচৰাজবংশী পৰ্যটকৰ। কোঁচ ৰজাৰ কীৰ্তি চিহ্ন সমূহ দৰ্শন কৰিবলৈ অসমত উপস্থিত দলটোৰ।
জিলা সদৰ কাজলগাঁওত মন্ত্ৰী চন্দন ব্ৰহ্মৰ মেলা উদ্ধোধন ।

Body: চিৰাং জিলাৰ বিজনীত চুবুৰীয়া নেপাল ৰাষ্ট্ৰৰ পৰা অহা এটি কোচৰাজবংশী পৰ্যটকৰ দলে কালি নিশা ঐতিহাসিক বিজনী চহৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী লক্ষী মন্দিৰ দৰ্শন কৰাৰ লগতে মেলা মহোৎসৱ পৰিদৰ্শন কৰে । দুদিন পূৰ্বে নেপালৰ পৰা অহা ১৬ জনীয়া কোচৰাজবংশী পৰ্যটকৰ দলটোৱে কোচ ৰজাই স্থাপন কৰা পশ্চিমবংগৰ কোচ বিহাৰৰ ৰাজবাৰী, অসমৰ বগৰিবাৰীৰ মহামায়া পীঠ, কোকৰাঝাৰৰ পাগলাটেক আদি
কীৰ্তি চিহ্ন সমূহ দৰ্শন কৰি আহি বিজনী চহৰত উপস্থিত হয় । ঐতিহাসিক বিজনী ৰাজ্যৰ ৰজা বিজিত নাৰায়নে স্থাপন কৰা ঐতিহ্যমণ্ডিত বিজনীৰ শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ দৰ্শন কৰি নেপালৰ ৰাজবংশী সমাজ বিকাশ কমিটী নামৰ উক্ত সংস্থাটোৰ পৰ্যটক সকলে কোচৰাজবংশী জনগোষ্ঠী, কোচৰজাৰ ইতিহাস আৰু কোচ ৰজাই স্থাপন কৰি যোৱা কীৰ্তি চিহ্ন সমূহ দৰ্শন আৰু অধ্যয়ন কৰাৰ বাবে এই যাত্ৰা কৰিছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। দলটোৱে বিজনীৰ পৰা পৰৱৰ্তী মেঘালয় ভ্ৰমণ কৰিব বুলি প্ৰকাশ কৰে।

বাইট দিলো ।

ইপিনে আজি চিৰাং জিলা সদৰ কাজলগাঁওতো ৫৮ সংখ্যক লক্ষ্মী মেলাৰ শুভ উদ্ধোধন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই । এই মেলাই অঞ্চলটোৰ জনসাধাৰনৰ মাজত ভাতৃত্ববোধ বৃদ্ধি কৰাৰ লগতে আৰ্থিক দিশতো উন্নয়ন আনিব বুলি কয় মন্ত্ৰীজনে ।

Conclusion:চিৰাং জিলাৰ কাজলগাঁও আৰু নিজনীত ১২ দিনীয়া এই লক্ষ্মী পুজাৰ মেলাই জিলাখনলৈ সকলো জাতী ধৰ্ম তথা জনগোষ্টীৰ লোকৰ মাজত ভাতৃত্ব বোধৰ সৃষ্টী কৰিব বুলি আশা কৰিছে সকলোৱে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.