ETV Bharat / state

চিৰাঙত আৰক্ষীৰ জালত নিষিদ্ধ সংগঠনৰ লিংকমেন - বেংতল আৰক্ষী চকীৰ অন্তৰ্গত বেংতলৰ আই নদীৰ পাৰত মাৰনাস্ত্ৰ সহ গ্ৰেপ্তাৰ দুই এন ডি এফ বি (স্বা)ৰ লিংকমেন

চিৰাং জিলাৰ ৰুনিখাতা থানাৰ বেংতল আৰক্ষী চকীৰ অন্তৰ্গত বেংতলৰ আই নদীৰ পাৰত সেনা-আৰক্ষীৰ যৌথ অভিযানত মাৰনাস্ত্ৰ সহ গ্ৰেপ্তাৰ দুই এন ডি এফ বি (স্বা)ৰ লিংকমেন ৷ গ্ৰেপ্তাৰ হোৱা সদস্য দুজন ৰুনিখাতা শান্তিপাৰাৰ ছানছুমা মুচাহাৰী আৰু ৰুনিখাতা বিশপানীৰ পেট্ৰুচ নাৰ্জাৰী ৷

NDFB (I) two linkman arrested in Chirang
চিৰাঙত আৰক্ষীৰ জালত নিষিদ্ধ সংগঠনৰ লিংকমেন
author img

By

Published : Jan 2, 2020, 7:05 PM IST

চিৰাং, 2 জানুৱাৰীঃ সেনা-আৰক্ষীৰ যৌথ অভিযানত চিৰাং জিলাৰ ৰুনিখাতা থানাৰ বেংতল আৰক্ষী চকীৰ অন্তৰ্গত বেংতলৰ আই নদীৰ পাৰত মাৰনাস্ত্ৰ সহ গ্ৰেপ্তাৰ দুই এন ডি এফ বি (স্বা)ৰ লিংকমেন ৷ পহিলা জানুৱাৰীৰ নিশা চলা অভিযানত দুই সন্দেহজনক লোকক আটক কৰাৰ পিচতে তেওঁলোকক তালাচী চলোৱাত উদ্ধাৰ হয় ইংলেণ্ডত নিৰ্মিত এটা পিষ্টল সহ চাৰিজাই সঁজীৱ গুলি ৷ পৰৱৰ্তী সময়ত লোক দুজনক আৰক্ষীয়ে অধিক সোধপোচ কৰাৰ পাছতে নিষিদ্ধ উগ্ৰপন্থী সংগঠন এনডিএফবিৰ সদস্য বুলি স্বীকাৰ কৰে লোক দুজনে ৷

NDFB (I) two linkman arrested in Chirang
চিৰাঙত আৰক্ষীৰ জালত নিষিদ্ধ সংগঠনৰ লিংকমেন
চিৰাঙত আৰক্ষীৰ জালত নিষিদ্ধ সংগঠনৰ লিংকমেন
NDFB (I) two linkman arrested in Chirang
চিৰাঙত আৰক্ষীৰ জালত নিষিদ্ধ সংগঠনৰ লিংকমেন

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি গ্ৰেপ্তাৰ হোৱা সদস্য দুজন ক্ৰমে ৰুনিখাতা শান্তিপাৰাৰ ছানছুমা মুচাহাৰী আৰু ৰুনিখাতা বিশপানীৰ পেট্ৰুচ নাৰ্জাৰী ৷ উল্লেখ্য যে, গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ বিৰুদ্ধে ৰুনিখাতা থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনৰ ধাৰা 120B, 121/122/384 ত গোচৰ পঞ্জীয়ন হোৱাৰ লগতে বেআইনীভাৱে মাৰনাস্ত্ৰ ৰখাৰ বাবে সংযুক্ত ধাৰা ১০/১৩,২৫ (1B) অধীনত ৰুজু হৈছে গোচৰ ৷ দুয়োজন লোকেই উগ্ৰপন্থী সংগঠনটোৰ হৈ কাম কৰিছিল বুলিয়ো প্ৰকাশ কৰে ৷

উল্লেখ্যনীয় যে চিৰাঙত চলি থকা দৈজিং উৎসৱ আৰু ইয়ালৈ অহা বিভিন্ন নেতা-মন্ত্ৰী আদিৰ লগতে নৱবৰ্ষৰ বিভিন্ন অনুষ্ঠানৰ বাবে জিলাখনত কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছিল আৰক্ষীয়ে । অহা পাঁচ জানুৱাৰীত দৈজিং উৎসৱ ভ্ৰমন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইয়াৰ পূৰ্বেই এনেদৰে মৰাণাস্ত্ৰ সহ নিষিদ্ধ সংগঠনৰ লিংকমেন গ্ৰেপ্তাৰৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷

লগতে পঢ়ক: ত্ৰিপুৰা আৰক্ষীৰ অভিযানত আটক তিনি দুধৰ্ষ উগ্ৰপন্থী

Intro:চিৰাঙৰ বেংতল মাৰনাস্ত্ৰ সহ দুজন এন ডি এফ বি(ছা)ৰ লিংকমেন গ্ৰেপ্তাৰ ।

Body:চিৰাং জিলাৰ ৰুনিখাতা থানাৰ বেংতল আৰক্ষী চকীৰ অন্তৰ্গত বেংতলৰ আইনদীৰ পাৰত সেনা-আৰক্ষীৰ যৌথ অভিযানত মাৰনাস্ত্ৰ সহ গ্ৰেপ্তাৰ দুই এন ডি এফ বি (ছা)ৰ লিংকমেন । চিৰাং জিলাৰ আৰক্ষী অধিক্ষক সুধাকৰ সিঙে জনায় যে গোপন সুত্ৰে পোৱা তথ্যৰ ভিত্তিত জিলাখনৰ বেংতল আইনদীৰ পাৰত সেনা-আৰক্ষীয়ে যৌথ ভাৱে অভিযান চলাইছিল । যোৱা নিশা চলোৱা এই অভিযানত দুজন সন্দেহজনক লোকক আটক কৰাৰ পিচত তেওঁলোকক তালাচি চলোৱাত ইংলেণ্ডত নিৰ্মিত এটা পিস্থল উদ্ধাৰ হয় চাৰিজাই সজিৱ গুলিৰে সৈতে । তাৰ পিচত তেঁওলোক দুজনক গ্ৰেপ্তাৰ কৰি সোধপোচ কৰাত নিষিদ্ধ উগ্ৰপন্থি সংগঠন এন ডি এফ বি (ছাউৰাইগ্ৰা)ৰ লিংকমেন বুলি গ্ৰেপ্তাৰ লোক দুজনে স্বিকাৰ কৰে । গ্ৰেপ্তাৰ লোক দুজন ক্ৰমে ৰুনিখাতা শান্তিপাৰাৰ ছানছুমা মুচাহাৰী(২৪) আৰু ৰুনিখাতা বিশপানীৰ পেট্ৰুচ নাৰ্জাৰী(৫০ ) । ৰুনিখাতা থানাত গ্ৰেপ্তাৰ লোক দুজনৰ বিৰুদ্ধে ০১/২০২০ নম্বৰ গোচৰ পঞ্জিয়ন কৰিছে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০(বি),১২১/১২২/৩৮৪ আৰু বে আইনি মাৰনাস্ত্ৰ ৰখাৰ বাবে
সংযুক্ত ধাৰা ১০/১৩,২৫ (১ বি) মতে । দুয়োজন লোকেই উগ্ৰপন্থি সংগঠনটোৰ নেতা বাথাৰ হৈ কাম কৰিছিল বুলিয়ো জনায় আৰক্ষী অধিক্ষকজনে ।

বাইট : সুধাকৰ সিং,আৰক্ষী অধিক্ষক চিৰাং ।

Conclusion:চিৰাঙত চলি থকা দৈজিং উৎসৱ আৰু ইয়ালৈ অহা বিভিন্ন নেতা-মন্ত্ৰী আদিৰ লগতে নৱ বৰ্ষৰ বিভিন্ন অনুষ্টানৰ বাবে জিলাখনত কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছিল আৰক্ষীয়ে । অহা পাঁচ জানুৱাৰীত দৈজিং উৎসৱ ভ্ৰমন কৰিব মুখ্যমন্ত্ৰীয়ে তাৰ আগে আগে মাৰনাস্ত্ৰ সহ এন ডি এফ বি (ছা)ৰ লিংকমেন গ্ৰেপ্তাৰৰ ঘটনাই তাৎপৰ্য্য বহন কৰিছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.