ETV Bharat / state

প্ৰাৰ্থিত্বৰ আশাত হেৰুৱালে চাকৰি, কোন এই বিশেষ প্ৰাৰ্থী ?

author img

By

Published : Mar 18, 2021, 2:28 PM IST

বিগত ২০১৪ চনৰ পৰা বিজেপি দলৰ সৈতে জড়িত হৈ দেহে কেহে কাম কৰা নাথুৰাম বাঢ়ৈক টিকটৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে নেতা গৰাকীয়ে ৷ বুধবাৰে এক সংবাদমেল যোগে বিজেপি দলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে নাথুৰাম বাঢ়ৈয়ে ৷ নেতা গৰাকীয়ে কয়, নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ আশ্বাস দি টিকটৰ বাবে প্ৰস্তুত হ'বলৈ দিয়াত চৰকাৰী চাকৰি এৰি সকলো নথি পত্ৰ যোগাৰ কৰাৰ পিচতো ৰাজ্যিক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে ৷

প্ৰাৰ্থিত্বৰ আশাত হেৰুৱালে চাকৰি, কোন এই বিশেষ প্ৰাৰ্থী ?
প্ৰাৰ্থিত্বৰ আশাত হেৰুৱালে চাকৰি, কোন এই বিশেষ প্ৰাৰ্থী ?

চিৰাং,18 মাৰ্চ: চিৰাং জিলাৰ ৩৩ নং বিজনী বিধানসভা সমষ্টিত অব্যাহত আছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত। বিগত ২০১৪ চনৰ পৰা বিজেপি দলৰ সৈতে জড়িত হৈ দেহে কেহে কাম কৰা নাথুৰাম বাঢ়ৈক টিকটৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে নেতা গৰাকীয়ে ৷ বুধবাৰে এক সংবাদমেল যোগে বিজেপি দলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে নাথুৰাম বাঢ়ৈয়ে ৷ নেতা গৰাকীয়ে কয়, নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ আশ্বাস দি টিকটৰ বাবে প্ৰস্তুত হ'বলৈ দিয়াত চৰকাৰী চাকৰি এৰি সকলো নথি পত্ৰ যোগাৰ কৰাৰ পিচতো ৰাজ্যিক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে ৷

ইফালে, দলীয় নিৰ্দেশত স্বাস্থ্য বিভাগৰ চাকৰি এৰি বিপাঙত পৰিছে নেতা গৰাকী ৷ অৱশেষত বিজেপিৰ পৰা পদত্যাগ কৰি নিৰ্দলীয় ভাৱে বিজনী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষনা কৰিলে সংবাদমেলত ৷ বিজেপি দলে ন বিজেপি কৰ্মী অজয় কুমাৰ ৰায়ক প্ৰাৰ্থিত্ব প্ৰদানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, অজয় কুমাৰ ৰায়ক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে যাক পূৰ্বে কংগ্ৰেছ দলেই টিকটৰ বাবে অযোগ্য বুলি উপলুঙা কৰিছিল ৷ গতিকে ১৯ মাৰ্চত মনোনয়ণ দাখিল কৰিব নাথুৰাম বাঢ়ৈয়ে ৷

লগতে পঢ়ক: নাহৰকটীয়াৰত অজাপৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.