ETV Bharat / state

চিৰাঙৰ চিদলীত লতামাকৰী হত্যা আৰু ভক্ষণ - Leopard killed and to eaten

চিৰাঙৰ চিদলীত লতামাকৰী হত্যা কৰি ভক্ষণ এজন ব্যক্তিৰ ৷

Leopard killed and to eaten at Chirang
চিৰাঙৰ চিদলীত লতামাকৰী হত্যা আৰু ভক্ষণ
author img

By

Published : Dec 18, 2019, 3:44 AM IST

চিৰাং, 18 ডিচেম্বৰঃ চিৰাং জিলাৰ চিদলীৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ পিছপিনে থকা হাবিত মংগলবাৰে এজন ব্যক্তিয়ে এটা লতামাকৰী বাঘ হত্যা কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে । বৰ্তমানলৈকে উক্ত ঘটনা সন্দৰ্ভত বন বিভাগ নীৰৱ হৈ আছে । লতামাকৰী বাঘটো ব্যক্তিগৰাকীয়ে বাটুলগুটী মাৰি হত্যা কৰি পৰবৰ্তী পৰ্যায়ত ভক্ষণ কৰে ।

আৰু পঢ়ক নাগৰিকত্ব সংশোধনী আইনক লৈ জ্বলিছে ৰাজ্যৰ লগতে দেশ

Intro:চিৰাঙৰ চিদলীত লতামাকৰীক হত্যা ।
ভক্ষণ কৰিলে লতামাকৰীক ।

চিৰাং জিলাৰ চিদলীৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ পিছপিনে থকা হাবীত আজি সূত্ৰাধাৰ উপাধীৰ জনৈক ব্যাক্তি এজনে এটা লতামাকৰী বাঘ হত্যা কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে । বৰ্তমানলৈকে উক্ত ঘটনা সন্দৰ্ভত বন বিভাগ নীৰৱ হৈ আছে । লতামাকৰী বাঘটো সূত্ৰাধাৰ উপাধীৰ ব্যাক্তিগৰাকীয়ে বাটুলগুটী মাৰিয়েই হত্যা কৰি পৰবৰ্তী পৰ্যায়ত ভক্ষণ কৰে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

Body:চিৰাঙৰ চিদলীত লতামাকৰীক হত্যা ।
ভক্ষণ কৰিলে লতামাকৰীক ।

Conclusion:চিৰাঙৰ চিদলীত লতামাকৰীক হত্যা ।
ভক্ষণ কৰিলে লতামাকৰীক ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.