ETV Bharat / state

চিৰাঙত জাপানীজ এনকেফেলাইটিছ ৰোগক লৈ সতৰ্ক জিলা প্ৰশাসন - বিজনী পৌৰসভাৰ উদ্যোগত এই ধোৱা দিয়া মেচিন উদ্বোধন

চিৰাঙৰ বিজনীত বুধবাৰে জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ বাবে উন্মোচন কৰে ধোৱা দিয়া যন্ত্ৰ ৷ বিজনী পৌৰসভাৰ উদ্যোগত এই ধোৱা দিয়া মেচিন উদ্বোধন কৰে বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসে ৷

বিজনীত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ যন্ত্ৰ মুকলি

author img

By

Published : May 20, 2020, 8:15 PM IST

চিৰাং, 20 মে’: কৰ’ণাৰ ভয়াৱহতাৰ মাজতে বাৰিষাৰ আগমণ হৈছে আৰু বাৰিষাৰ আগমণৰ লগে লগে প্ৰতিবছৰে ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংকই দেখা দিয়ে । সেয়েহে এই আতংকৰ প্ৰতি লক্ষ্য ৰাখি চিৰাং জিলাৰ বিজনীত বুধবাৰে আনুষ্ঠানিকভাৱে জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে উন্মোচন কৰে ধোৱা দিয়া যন্ত্ৰ।

বিজনীত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ যন্ত্ৰ মুকলি
বিজনীত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধৰ যন্ত্ৰ মুকলি

জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিজনী পৌৰসভাৰ উদ্যোগত ধোৱা দিয়া যন্ত্ৰটো উদ্বোধন কৰে বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসে ৷ তেওঁক সহযোগিতা আগবঢ়ায় দণ্ডাধীশ বুবুল বৈশ্য আৰু পৌৰসভাৰ সভাপতি ৰমাকান্ত বসুমতাৰী ।

উল্লেখ্য যে, বিগত বৰ্ষত জিলাখনত কেইবাজনো লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছিল । গতিকে চলিত বছৰত যাতে কোনো লোক এই ৰোগত আক্ৰান্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰোধৰ ব‍্যৱস্থা হাতত লয় জিলা প্ৰশাসনে ।

লগতে পঢ়ক: গুৱাহাটীত পুনৰ ব্যৱহৃত পিপিই কিটক লৈ আতংক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.