ETV Bharat / state

এ আই ইউ ডি এফ দলে ইউ পি পি এলক সমৰ্থন কৰাটো দুখজনক- ৰিপুন বৰা

কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ হৈ প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ প্ৰচাৰ ৷ ভাষণত বিজেপি মিত্ৰজোঁটক সমালোচনা কৰে দুয়োজন নেতাই ।

ৰিপুন বৰা
author img

By

Published : Apr 19, 2019, 3:25 PM IST

চিৰাং , 19 এপ্ৰিল: চিৰাং জিলাত প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ ৷ভাষণত বিজেপি মিত্ৰজোঁটক সমালোচনা কৰে দুয়োজন নেতাই । বিপিএফৰ পৰা জনসাধাৰণে মুক্তি বিছাৰিছে সেয়েহে কংগ্ৰেছৰ জয় নিশ্চিত বুলি মন্তব্য কৰে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই ৷

শুকুৰবাৰে চিৰাং জিলাৰ বিজনী বিধান সভা সমষ্টিৰ আলুখুন্দা মিলন জ্যোতি হাইস্কুল খেল পথাৰত কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় । ৰাতিপুৱা 11.30 বজাত হেলিকপ্টাৰ যোগে আলুখুন্দা মিলনজ্যোতি হাইস্কুল খেলপথাৰত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা আৰু প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে । এ আই ইউ ডি এফ দলে ইউ পি পি এলক সমৰ্থন কৰাটো দুখজনক বুলি মন্তব্য কৰে ৰিপুন বৰাই ৷

এ আই ইউ ডি এফ দলে ইউ পি পি এলক সমৰ্থন কৰাটো দুখজনক

চিৰাং জিলাৰ কংগ্ৰেছ সভাপতি বিশ্বজিৎ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ হৈ প্ৰচাৰ সভাত ভাষণ দিয়ে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে। ভাষণত বিজেপি মিত্ৰজোঁটক সমালোচনা কৰে দুয়োজন নেতাই ।

Slug : A_Chirang_19th Apr_801 & 802_Chirang Congress Campaign of Ripun Bora & Siddique Ahmed_Vis & byt_Abdul Maleque Ahmed. 

Send by ftp.

আজি ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিত অন্তৰ্গত চিৰাং জিলাৰ বিজনী বিধান সভা সমষ্টীৰ আলুখুন্দা মিলন জ্যোতি হাইস্কুল খেল পথাৰত কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় । ৰাতিপুৱা ১১.৩০ বজাত হেলিকপ্টাৰ যোগে আলুখুন্দা মিলনজ্যোতি হাইস্কুল খেলপথাৰত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা আৰু প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ । চিৰাং জিলা কংগ্ৰেছ সভাপতি বিশ্বজিৎ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ হৈ প্ৰচাৰ সভাত ভাষণ দিয়ে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে।  ভাষনত বিজেপি মিত্ৰজোটক সমালোচনা কৰে দুয়োজন নেতাই ।

বাইট : ৰিপুন বৰা, প্ৰদেশ কংগ্ৰেছ সভাপতি । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।। 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.