ETV Bharat / state

বঙাইগাঁৱত উদযাপন আন্তৰ্জাতিক গৃহ কৰ্মী দিৱস - চিৰাং

অসম শ্ৰমিক ইউনিয়ন আৰু হিন্দ মজদুৰ সভাৰ ৰাজ্যিক সমিতিৰ উদ্যোগত বঙাইগাঁও জিলা আইন প্ৰাধিকাৰীৰ সহযোগত উদযাপন আন্তৰ্জাতিক গৃহ কৰ্মী দিৱস ৷ ৩০ গৰাকী গৃহকৰ্মীক পৰিচয় পত্ৰ প্ৰদান জিলা শ্ৰম বিভাগৰ ৷

বঙাইগাঁৱত উদযাপন আন্তৰ্জাতিক গৃহ কৰ্মী দিৱস
author img

By

Published : Jun 16, 2019, 10:06 PM IST

চিৰাং, 16 জুন : অসম শ্ৰমিক ইউনিয়ন আৰু হিন্দ মজদুৰ সভাৰ ৰাজ্যিক সমিতিৰ উদ্যোগত বঙাইগাঁও জিলা আইন প্ৰাধিকাৰীৰ সহযোগত দেওবাৰে উদযাপন কৰা হয় আন্তৰ্জাতিক গৃহ কৰ্মী দিৱস ৷ বঙাইগাঁৱৰ হাজাৰগৰাকী গৃহকৰ্মীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত বঙাইগাঁও আইন প্ৰাধিকাৰীৰ সম্পাদক সুজাতা দত্ত, বঙাইগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশ নাছিৰ জামান,বঙাইগাঁৱৰ শ্ৰম বিষয়াৰ লগতে অন্যান্য কেইবাগৰাকী বিশিষ্ট বিষয়া উপস্থিত থাকে ৷ এই অনুষ্ঠানতে ৩০ গৰাকী গৃহকৰ্মীক জিলা শ্ৰম বিভাগে পৰিচয় পত্ৰ প্ৰদান কৰাৰ লগতে পৰ্য্যায়ক্ৰমে সকলো গৃহ কৰ্মীক এই পৰিচয় পত্ৰ প্ৰদান কৰা হ'ব । এই পৰিচয় পত্ৰৰ জৰিয়তে ভৱিষ্যতে পেঞ্চন লাভ কৰিব গৃহ শ্ৰমিকসকলে ৷

Intro:দৰিদ্ৰ লোকৰ বাবে বিনামুলীয়া আইনৰ সহায় পাব লাগে । বঙাইগাঁওত আন্তৰ্জাতিক গৃহ কৰ্মি দিৱস উদযাপন ।

Body:টকাই সদায় কাম নকৰে । ভাৰতীয় আইন ব্যৱস্থাত সকলো নাগৰিক সমান । সম অধিকাৰৰ এই বিষয়টো কাৰ্য্যকৰি কৰনৰ বাবে ন্যায় ব্যৱস্থাৰ ৰাষ্ট্ৰীয় আইন প্ৰাধিকাৰী সেৱাই সমাজৰ দৰিদ্ৰ লোকক বিনামুলীয়াকৈ আইনী সহায় আগবঢ়ায় বুলি কয় বঙাইগাঁও জিলা আইন প্ৰাধিকাৰীৰ সম্পাদক চতুৰ্য্য প্ৰসাদ তালুকদাৰে । বঙাইগাঁও ৰেলৱে ইনষ্টিটিউটত অনুষ্টিত হোৱা আন্তৰ্জাতিক গৃহ কৰ্মি দিৱসৰ মুকলি সভাত এই দৰে কয় আইনজ্ঞ জনে ।

এজন আইনজ্ঞৰ বাইট দিলো । Conclusion:আজি বঙাইগাঁওত আন্তৰ্জাতিক গৃহ কৰ্মি দিৱস উদযাপন কৰে অসম শ্ৰমিক ইউনিয়ন আৰু হিন্দ মজদুৰ সভাৰ ৰাজ্যিক সমিতিয়ে যৌথ ভাৱে বঙাইগাঁও জিলা আইন প্ৰাধিকাৰীৰ সহযোগত অনুষ্টিত কৰে । বঙাইগাঁওৰ হেজাৰ জন গৃহকৰ্মিয়ে এই অনুষ্টানত অংশগ্ৰহন কৰে যত কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । বঙাইগাঁও আইন প্ৰাধিকাৰীৰ সম্পাদক সুজাতা দত্ত, বঙাইগাঁওৰ মুখ্য ন্যায়িক দণ্ডাধিশ নাছিৰ জামান,বঙাইগাঁওৰ শ্ৰম বিষয়া, লগতে অন্যান্য কেবাজনো বিশিষ্ট বিষয়া উপস্থিত থাকে। এই অনুষ্টানতে ৩০ জন গৃহকৰ্মিক জিলা শ্ৰম বিভাগে প্ৰদান কৰা পৰিচয় পত্ৰ প্ৰদানকৰা হয় । লাহে লাহে পৰ্য্যায়ক্ৰমে সকলো গৃহ কৰ্মিক এই পৰিচয় পত্ৰ প্ৰদান কৰা হব । এই পৰিচয় পত্ৰৰ জড়িয়তে গৃহ শ্ৰমিক সকলে ভৱিষ্যতে পেঞ্চন লাভ কৰিব ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.